পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দেখুৱাই দিলে আৰু কলিন্সৰ অশেষ প্রশংসা কৰিলে।

 তেওঁ সিদিন৷ পিতাকৰ নিষৎসাহ ৰাণীত ক্ষুন্ন নহৈ সেই বিষয়ে যথাশক্তি উন্নতি কৰিবলৈ যত্নপৰ হল । তেওঁ শুনিছিল যে, হুলিখক এডিসনৰ 'স্পেক্টেটৰ' পত্রিকা (Addision's spectabor) ৰচনা কৌশল শিকিবলৈ অভি উৎকৃষ্ট কাকত। তেওঁ কাৰৰাম পৰা এখন পুৰণি স্পেক্টেটৰ পত্রিকা সংগ্ৰহ কৰিলে আৰু ডাকে উৰাই ঘুৰাই পঢ়িবলৈ ধৰিলে। এডিছনৰ লিপিচাতুৰ্য্য, মনৰ ভাব যথাযথৰূপে প্ৰকাশ কৰিব পৰা ক্ষমত! প্রভৃতি ৰচনাৰ সুলক্ষণ বিলাকলৈ তেওঁৰ মন অকৃষ্ট হৈছিল নাৰু সেইবিলাক তেওঁতো অনুষণ কৰিবলৈ লৈছিল। প্রথমতে কেইটামান মনত লগা সম্পর্ক যাছি লৈ লিখকে যি fত নিজৰ সুন্দৰ ভাবৃত্তিবিলাক ব্যক্ত কৰিছিল, তাকে এখন বহিঙ পক্ষ সফ বাক্যেৰে লিখি ৰাখিছিল। কেইদিনমানৰ পাচত মূল কিভা- পৰ কথাবিলাক পাহৰি গলে তেওঁৰ ৰহিত লিখি খোৱা বাক্য- বিলাকেৰে যিমান পূর্ব পাৰি এডিছনৰ ভাষাৰে একোটা মঞ্চ। লিখিছিল। তাৰ পাচত মূল কিতাপ চাই ভুলবিলাক নিজে নিজে সুধৰাইছিল। এই উপায় অবলম্বন কৰি দেখিলে যে, এক কেতিয়াবা সময় মতে উপযুক্ত শব্দৰ অভাবত পৰে। এই অসুবিধা দূৰ কৰিবৰ কাৰণে মূল ফিভাপৰ কিছুমান-গল্পৰ ৰিমান পাৰে উপযুক্ত শব্দ ব্যবহাৰ কৰি কবিতা কৰিলে । কেই সপ্তান্ত-মানব পাচত মূল বিভাগৰ কথা  পাইবা যেন হ