পৃষ্ঠা:বেজবৰুৱা বংশাৱলী.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উৎসৰ্গ

 

পূজনীয় পিতৃদেৱতাৰ পুত চৰিত্ৰৰ স্মৃতিৰ

আৰু

শ্ৰদ্ধাস্পদ অগ্ৰজৰ অশেষ স্নেহবিমিশ্ৰিত স্মৃতিৰ

উদ্দেশে

তেওঁলোকৰেই এই ৰচনা

আগবঢ়ালোঁ।

 

চত। ১৮৪৮ শক।
সম্বলপুৰ।

শ্ৰীলক্ষ্মীনাথ।