সমললৈ যাওক

পৃষ্ঠা:বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বিশিষ্টা শিক্ষাবিদ ইন্দিৰা মিৰি

লেখিকাৰ প্ৰকাশিত পুথিসমূহ কবিতা সংকলন :- মাটিৰ চাকিৰ শিখা (১৯৭৯) হৃদয়ৰ অৰণ্যত (১৯৯০) কবিতা নিলিখো আৰু (হাস্য-ব্যংগ-১৯৯০) প্ৰৱন্ধ সংকলন :- চিন্তা চয়ন (১৯৯৯) বিভিন্ন অনুভৱ (১৯৯৯) শিশু সাহিত্য :- --অনুবাদ :- আখৰৰ আখৈ লাৰু (১৯৯৫) মইনাৰ মৌ-মাত (১৯৯৬) ৰেড ক্ৰছৰ সাধু (অনুবাদ-১৯৭৯) ফৰিঙৰ পেং (১৯৯৯) সময় যন্ত্র (১৯৯৮) এ' জার্নি টু দ্য চেন্টাৰ অৱ দ্য আর্থ (১৯৯৮) জীৱনী সাহিত্য ঃ-- সম্পাদনা :- মহীয়সী ৰাষ্ট্ৰমাতা কস্তুৰ-বা (১৯৯৫) নিবেদিতা যাৰ নাম (১৯৯৮) পুষ্পলতা দাস ঃ তেওঁৰ জীৱন আৰু অনুভৱ (১৯৯৯) বিশিষ্টা শিক্ষাবিদ্‌ ইন্দিৰা মিৰি (২০০১) আনন্দ্ৰেশ্বৰ শৰ্ম্মা ৰচনাৱলী (১৯৯৯)