পৃষ্ঠা:বিলাতৰ চিঠি.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সেইগুণে তেওঁলোকক মোৰ অন্তৰৰ শুভ-ইচ্ছা আৰু ধন্যবাদ জনাওঁ।

 ভগৱানে সকলোৰে মঙ্গল কৰক। পৰমপিতা পৰমেশ্বৰে তেওঁৰ অলপ কৃপাবাৰি বৰ্ষণ কৰি আমাক বল দিয়ক। তেওঁৰ ওচৰত এই প্ৰাৰ্থনা—
 অসতো মা সদগময়
 তমসো মা জ্যোতিৰ্গময়!
 মৃত্যোৰ্মা অমৃতংগময়!
 আবিৰাবিৰ্ম্ম এধি!
 ৰুদ্ৰ, যত্তে দক্ষিণংমুখং,
 তেন মাং পাহি নিত্যম।।
 শ্ৰীজ্ঞানদাভিৰাম বৰুৱা
 

 

 শ্ৰীযুত সুনীত কুমাৰ ঠাকুৰ আৰু
 শ্ৰীমতী কণিকা দেৱীৰ ঘৰ —
 খেজুৰীয়া বঙলা।
 বৰুণাৰ তীৰ।
 বাৰাণসী ধাম।।
 আহিন মাহ।
 ১৮/৯/৩৯ইং।
 ১৮৬১ শকাব্দ।