পৃষ্ঠা:বাৰাহ-চৰিত্ৰ.djvu/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি।

 এই পুথি খানি আমাৰ পিতামহ দেৱতাৰ নিজৰ ৰচিত। বহুত দিন এনেই পৰি আছিল, দৈব্যাৎ ভাগ্যক্ৰমে যোৰহাটলৈ যাওঁতে মাননীয় পণ্ডিত প্ৰবৰ শ্ৰীযুক্ত শিবনাথ ভট্টাচাৰ্য্য ডাঙ্গৰীয়াৰ লগত সাক্ষাত হয়, উক্ত ডাঙ্গৰীয়াৰ উদগণি পাই আমি এই পুথি প্ৰকাশ কৰিলোঁ।


পীৰাকটা
১৮২৯ শঁক
ভাদ্ৰ

শ্ৰীকনকেশ্বৰ শৰ্ম্মা
   বড় ঠাকুৰ


⸻:০:⸻