পৃষ্ঠা:বাজিকৰ আৰু আন আন গল্প.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৩৬ ]


(৫)

 দুই দাঁৰ মান বেলিৰ পাছত কাষত বহি থাকা মানুহৰ আগত কবিৰত্নই হৰ্ষ-বিষাদিত হই কইছে, “বুঢ়া বায়নটো বৰ পূণ্যবান আছিল। ভীষ্মৰ দৰে উত্তৰায়ণকে বাট চাই আছিল, কালি উত্তৰায়ণ সংক্ৰান্তি গইছে মুঠে; আৰু দেখা, এটাও পুস্কৰ নাই।”