পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৭, ১৮৩৩।ভোকেন্দ্ৰ বৰুৱাৰ মধ্যলীলা। | ভোকা *Now, Now, mother, what is this pray don't don't | তোমালো তিৰু মানুহ ঘৰ Sentinental, ফায় ফণায় গোমী শোকৰ চকুৰ পানী ওলায়। তোমাক কোনে কলে যে মই হাকিম হৈ আহিছে। সেইটো সি ক। nothing of the sort, You are very simple. তুমি বৰ হোজা বুজিছা নে। জেতুকী।-“মোক কোনে কব লাগিছে, মই নিজেই বুজিছে। মোক নো তই জাৰিব লাগিয়ে কেলৈ মোৰ ধোপাই। মই কি তোৰ সুখ সন্তোষ দেখিলে বেয়া পাওঁ নে? মোৰু তই একো দিব নালাগে মোৰ বোপাই, তাই মুনচুপ সংমিশ যৰ মানুহ হৈ ভালে কুশলে থাকিলেই মোৰ সকলো হল।” ভোক,—“বাৰু সেইবোৰ কথা এভিয়া খোৱা, পিছত। এমণিী কলৈ গল? তাইক দেখা নাই লেখেন। | খেতুকী।-"কোন বোপাই। কোন কল গল। তিনী ফোন?। বুজিছো, ওলীয়েৰ দুভুৰী। ওই দিয়া নামটোৰে মাতি? তাই মাট চাই আছিল, কিন্তু ওই কেতিয়া পাবিহি তাৰ ভু সেপাই, টোপনিয়ে ধৰিত শুই শাকিল। তুলি আলো গৈ ধাও”। ভোক,--"নালাগে, নালাগে এতিয়া তাইক ভুলিব। খাও, লোৱক, ফাইলৈ পূৱা দেখা হয়। যাৰু আই কোৱাচোন, পিঙয়ে বিশাল খাৰ লগাই শৈ | জেতুকী।—“গৰু মহ কেইটা চবকা লাগি শলিত, তোলৈ নি পটিয়া পিতাৰে ধাৰ কৰিছিল। তিনি কুৰিপৰ থাৰ লাগিল। ওই চিতা কৰিৰি, তিনি কুৰি ৰূপ নো কি? তই হাকিম হৈ আহি যেতিয়া মই একে মাছতে সোপাকে শুন্তি পেলাম।” তোক,—“বাৰু ৰাৰ সেইটো এ, খাবলৈ কি আছে আলা, 1 am hungry, মোৰ ভোক লাগিছে। | এই কথা শুনি খেয়ে লৰালৰিকৈ পুতেলৈ তাত মাঢ়ি আনিষলৈ ভিতৰলৈ।