পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৮৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

{ ২য় বৰ, ১ম সংখ্যা। জানি ঘোলত আঁহিছে, ডেঙ্কাপিৰীৰে দেখা পাই ভগৱানৰ প্ৰেৰিত দৃত বুলি মনে ভাবি কৰক ভাত আৰু লোৰ গুৰিৰ কৰাল দিলত খোলৰ মাও শুৰু হল। সেই দিনেৰ পৰা এই কালটিকে ঘুণ বোলে; ঘুণ হলে এতিয়াও খোলৰ মাত শোলায়। কঁহাৰৰ হতুৱাই মন্দিৰা, খুটিতাল, বৰ তালকে জঙ্গি বহুবিধ তাল প্ৰকৃত কৰালে। কলিয়াবৰৰ পৰা কাজলী মুখলৈ ভূঞাসকলৰ ৰাজ, সকলো প্ৰজাক চিম-খালাৰ জাননী দিলে, কোনোৱে চাউল কোনোৱে থি দুধ তামোল পাশ আদি বস্তু লৈ আহিব ধৰিলে, ৰাত্ৰাৰ আয়োজন হল, ৰামৰম গুৰুৰ সহিত শৰদেৱে মিল হৈ সন্তাৰ ঠাই পৰিস্কাৰ কৰাত কোৰৰ চাৰত “স্টামায়” মুৰ্তি এখনি পালে, লক্ষণ দেখি সকলোৱে বৰ অনিন্দ পাইছে। সভাৰ সজাই সাত বৈকু- গুৰ সাতটা এক কৰি যাত্ৰাৰ কাৰ্য আৰম্ভ কৰিলে। গায়ন বয়গিৰী, যায়ন ডেকাগিৰী, সৰ্ব্বজয় আৰু কমলিধৰা পৰমানন্দ নতুৱা, এই প্ৰকাৰে প্ৰতিজনে নিজ নিজ ভাও লৈ যাত্ৰা কৰিলে। সভা শোভা কৰিবৰ নিমিত্তে স, চক্ৰাণ, ফুলজাৰী প্ৰভৃতিয়ে নিয়মিত জোখত প্ৰস্তুত হৈছিল। প্ৰথমে ন খেলি তাৰ পিছত নট ধেমালি ব্যাগ থেলি ছোট বৰ ধেমালি আদি বাজনা বজাই অৱশেষত যেখাধেমালি খাই বাজনা শেষ কৰে। গুৰু ঈৰে ৰাং বায়ুমণ্ডল ৰাগ দিছে, বৰ প্ৰবল ভাৱে বায়ু প্ৰবাহিত হোৱাত সমুদয় পৰ পাত সৰি গৈছে; সকা লোক থাকিব নোৱাৰা ছোৱাত মে মণ্ডল ৰা দি ৰা নিৰাৰ কৰিছে, গছৰ পাত পুনৰ উৎপন্ন হৈছে। দৰ্শক লোক সকলে আয়ন ব্যায়ন ভাঙৰীয়া সকলো ঠাইতে কেৱল শঙ্কৰ ৰূপক হে দেখিছিল। এই কাৰ্ঘটিত সমুদায় অনুষ্য আচৰিত হৈ বিমোহিত হল। সাত দিন সাত ৰাতি এই যাত্ৰা কৰে চলি আছিল। পৰিক সোকসকলে এলিল এৰাতি বুলিহে মনত ৰিলে। এই একাৰে চিন যাত্ৰা শেষ হতে অধিকাংশ লোকে শঙ্কৰক ঈশ্বৰ পূৰ বুলি জ্ঞান কৰি শৰ ললে। যাত্ৰা শেষ কৰি লোসল ৰাৰি গৈছে এজনী বুঢ়ীয়ে চিল দেখিবৰ কাৰণ অহাত বাটত মানুহে মুখিছে ভূমি কলৈ যোব, আমি ডেকাগিৰীয়ে পট আফিৰে দেখিবলৈ যাও বুলি উদ্ধৰ দিছে। লোকসকলে কৈছে আমি য, লোক ল হৈ যোৱাত হেনেছে , তোক কনে দেখুৱাবনে? বুঢ়ীয়ে