জে ১৮০৩।] বলিয়া! হায়! কওঁতে যিদৰে বুৰুষাৰুৰৈ টালে প্ৰমাঙ্গ; উভতি লাগিল মুৰয়ে! ফলও, ওলটে মা হা, কি কৰে। উপায়। প।
পাশীদিহিং মৌজা শিৱসাগৰ জিলাৰ অঞ্চলত। গাওঁখনৰ নাৰ হাতীচুক। হাতীচুক গাওঁখন বৰ মুকলি; তাৰ বাট-পথবোৰ ডাঙৰ দীঘল; চাবিউফলে বহুল বহন ধুনীয়া ধুনীয়া পথাৰ। গাৱৰ মাজেদি সুতি এটি বৈ গৈছে। যি কেত পুখুৰী নাই সেই কেৰে ভাৰপৰাই পানী লি খায়, আৰু গাৱৰ লৰা ছোৱালী ডেকা গাভৰুসকলে তাতে আহি গা খোৱে। গাৱৰপৰা ৰেলৰ ষ্টেচনলৈ প্ৰায় এই, গতিকে গয়। মানুহে বেলৰ উকি ভালকৈ শুনে আৰু কেতিয়াবা কেতিয়াবা যেত অহা চাবলৈকো লৈ যায়। গাৰ কেবাৰে চহকী মানুহ আছে; তেওঁবিলাকৰ আই কালেৰে ভৰা বৰ বৰ শাৰী, ডাঙৰ ডাঙৰ গৰু-গোহালি, ২০২৫ পুৰাকৈ মাটি আৰু দুটা ভিটাকৈ খামৰ ভৰাল। কিন্তু জীচুৰ লোকসংখ্যা নিয়েই কম। এখাৰ হাই বেমাৰৰ প্ৰকোপত লে- নাৰ মানুহ শিফলীয়া হল। হৰিকা বৰুৱা পানীদিহিং মেলাৰ মোৰ। তেওঁৰ ৰস ৪৪১ যৰ দুৰ; কিন্তু সিমান কল যদিও, গে দেখোতে ৬০ বৰীয়া যেন দেখি। আয়ুৰোগ ৰা তেওঁৰ গঢ়ি চুলি এটাইৰোৰ পৰি মুৰৰ মা ডোখৰত চুশি নাইকীয়া হল। মানুষজন ও আৰু তেওঁৰ গাৰ খৰণ পিঠা। ৰণ যেমমিনুহৰ মা-ও তেলে নি। মোৰ সকলো ৰামতে তেক গেটতে ভাল পায় কি কি কৰে। আন আন আলেমান মেলা নৰে তেওঁ থানা আদায় কৰাত মতি নপৰে; যাতে না ৰি সময়ত তেওঁক না কোথায়। সেখ না এলে বায়তৰ মূখতে। “ৰে মোৰ এই বুলি সলে।ি বাকি তেও শী