লে, ১৮৩। কথোপকথন। ২৯ যদি তেওঁলোক ক্ষান্ত নহয় তেন্তে তেওঁলোকৰ ওচৰৰপৰা উঠি ৩টি খাব। তোমাৰ মনত খং উঠিৰলৈ নিদিৰ, মনত ৰাৰিৰ ক্ৰোথেল ক্ৰোধ অয়ে।” ভীখ।চো; সিহে কাটিৰ পৰে। “It is cold teel that cuts ১৩। যেতিয়া কথোপকথনে নিতাল মাৰে তেতিয়া এনে এটা কথাইল ভাবা যাতে সেই কথাৰ ওপৰত সকলোৰে দুই চাৰি আমাৰ কথা কব পাৰে। কথোপকথনৰ আগতিয়াল যিবিলাক অগিয়ে এমন বিও সজাই থৈ আলাপত বহিলে কাল। ১৪। যদি আলাপত কোনো নতুন, সাৰা বা শিকিব লগীয়া কথা ওলাম ছেয়ে তাক তোমাৰ Memorandum Book বা সোঁৱৰণী-যতি টুকি থা! ১৫। অচিনাকি মানুহৰ লগত কথা পাতে নিজৰ ঘৰৰ ভিতৰুৱা কথা মুলিয়াই অল বাহিৰা বিষয়ে (General affairs) কথা পাতিব লাগে, মা তেওঁৰ বাস কিমান, দৰমহা বা উপন কিমান ইত্যাদি বিষয়ে তেওঁ শুৰিৰ নেলাগে।। জামাৰ উঠি-অহঃ শিক্ষিত ডেকাসকলে, যাৰ ফুধু জ্ঞানালোকেৰ কালো কিত, যাৰ নম্ৰ স্বভাৱ আৰু সৰু আচৰণত সকলোৰে। পায়, যাৰ মন শিক্ষাৰ বলত নদী আৰু উন্নত হৈছে, যাৰ বিষাক্ত কাৰ্বাল প্ৰজাতি আৰু স্বদেশে প্ৰতি হেপাহেৰে চাই আহে, ইচ্ছা কৰিলে তেওঁলোকৰ কথোপকথন তাৰ সৰ ব্যৱহাৰ কৰি মানুহৰ অনেক উপকাৰ কৰিব পাৰে, আৰু পৰম পিতৰ গৌৰৱ আৰু তেওঁলোকৰ নিজৰো ভবিষ্য। শক্তি বঢ়াব পাৰে। তেওঁলোকৰ কথাই, কথা কোৱাৰ স্বৰ আৰু থৰণে বন্ধুৰ অভ আনন্দম অমৃত শিৰ; সৰু সৰু লৰা ছোবলীবিলাকে তেওঁলোকৰ অমৃতময় কথা গুনি নিজৰ চৰিত্ৰ গঠন কৰিব; এখ, মহৎ আৰু বিতকাৰ জীৱনৰ বাট মেকো- লাই লব পাৰি; ওচৰ-চুবুৰীয়াই তেওঁলোকৰ সজ কথা শুনি সংসাৰৰ থকা বমা গন্তব্য বাই হল কোং গুচাই নি কৰি লব পাৰি। কিন্তু যদি তেওঁ- লোফে যায় তপ এৰি বাক্য-যন্ত্ৰটিৰ অপব্যৱহাৰ কৰে তেন্তে তেওঁলোকৰ বাক্যই সৰু সৰু ভাই ভনীৰ মৰমিয়াল কাণত নিমৰমিয়াল ভাৱে সোমাৰ ৰু বিলৰ পাৰে ক্ষুদ্ৰ হয় টি পোষ; ওচৰ চুবুৰীয়াৰ জীৱনৰ এ ব্যাটত এত সৎ পুতি গং ও খো। ৫ কোলক,
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৭৩৭
অৱয়ব