চত, ১৮৩২।] ঝাঁহীৰ সম্পাদকলৈ এখনি চিঠি। ১৯৩ হৰ স্পষ্ট মাত শুনা গল। ক্ৰমে আমি গৈ সেৱালৰ আকৃতিৰ ৰণা মটোৰ ওচৰ চাপি দেখিলে, সেইটে। দূৰ্গ নহয়, পাত হে। একাৰ কমি যোৱাত সকলো বস্তু ভালেমান পৰিষ্কাৰ দেখা যাৰলৈ ধৰিলে। ওচৰতে এখন ৰে গোলা আৰু মানুহ। আলিবাটৰ কাৰতে কিছুমান শিল ভক্তি 'মাই খেলি। আমি সেই শিলৰ ওপৰতে টোপোলাই সৈতে শুইলে কেনি ওৰেণি হৰ ইৰ কল, কল” কৈ পানীৰ মোড় এটা যৰি যোৱাৰ ফ ম বাৰলৈ খৰিলে। আমি বহুত পৰ সেই শিলৰনৰ ওপৰত পৰি থাকিলে। এই ভগ লিটাৰ বিনাৰ আগত তুলিৰ বিছনা নিচেই তুচ্ছ যেন বোধ হল। নিশা কিমান হৈছিল কব নোৱাৰে, কিন্তু আমাৰ ৰাৰ এক বাজি খোৱা যেন বোধ হল। ওচৰৰ গছ গছনিৰ মানৰপৰা নানা বিধৰ পৰ সঙ্গীত আহি আমাৰ কাণত ধ্বনিত হবলৈ ধৰিলে। তাৰ ভিতৰৰ টককো” শব্দ- টোৱে আমাৰ বিশেষ মনোযোগ আকৰ্ষণ কৰিলে। ই মিজান ঠাইৰ নিজান নিশাৰ উপযুক্ত ব্যঞ্জনা। অতি সমীনে ফলে, সেইটো ছেনো কিবা সাপৰ মা। তালেখিলি পৰ জিৰাবৰ পাছত আমি ৰাতি আবিৰ ঠাই বিচাৰি কে এ-গোলাৰ ফাললৈ খোজ লোঁ। ক্ৰমশ জালাল গী। বাহী সম্পাদকলৈ এখনি চিঠি। সবিনয় নিবেদনমিখি- যে বহু কষ্ট পৰিম গবেষণাৰ ফল, আৰু বৰ্গ প্ৰশংসিত এই উচ্চ ভাৱপূৰ্ণ সাধুভাষাত লিখিত কবিতাটি আগোলাৰ কাকতত প্ৰকাশৰণাৰ্থে প্ৰেৰণ কৰিলোঁ। আজিকালি খামাৰ গেৎ এৰি কৰি অতি বিল না তাৰ ঠাই সাধাৰ কথাৰে লিখি কৰিাই অধিকাৰ কৰিছে। ইয়াৰ কাৰণ এই যে আজিকালি সকলোৱে আইন কি সৰু সৰু লৰাৱো আদিপাঠ সমাপন কৰিয়েই কৰিভাত খৰে। ইযে কেৱল আৰিৰ লৰাই পৰি গীত গোৱা ও অনধিকাৰ এদেশ মাত্ৰ তাক বুজাই মোৰ হুমূলীয়া পঙ্গু নষ্ট ফৰা নিৰোৰ বুলি হে মোৰ মহৎ বিবেচৰাইৰে।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৬৪৭
অৱয়ব