এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
এখৰ বছৰ।] কাতি, ১৮৩২ শক। { ১২শ শৃংখ্যা। নিবেদন। শিবা দোষ ক্ষমিবা হে, নেৰিবা মোক নেৰিব হে, উষা-বিষনত, ৰশ্মি-বহমত, আহি তুমি মোৰ হিয়া-জাসনত কৃপা দৃষ্টি কৰি এই অধমত নিতে চৰণ ধুলি পেলাব হে, নেৰিধা মোক নেৰিখা হে। পিছে। তোমাক মাগিছে। হে, নেৰি মোক নেৰিবা হে, জীৱন-ক্ষেত্ৰৰ চিৰসংগ্ৰাম, বিজযজনিত ৰঙ্গ উলাহত, পৰা ভূত হোৱা শোক বেজাৰত, সবাই তোমাক একেটা ভাবত যেন দেখে। সদাই তোমাকে হে, মই মাগিছে'। তোমাক মাগিছে হে, নেৰিবা মোক নেৰিবা হে। বুজি তোমাক বুজিলোঁ। হে, নেৰিব। শোক নেৰিব। হে, সোতাগ্য সুখ, শাৰিা দুখ, যশ গৌৰৱত, গ্ৰহ-বৈগুণাত, ৰোগ যন্ত্ৰণা, স্বাস্থ্য সৌন্দৰ্য, আপোন পৰত, শত মিলত,