১৯২,} গিৰিভি। আমি যি ঘৰত আছে। তাৰ পাছ ফালে িইয়াৰ লৈ উশ্ৰী বৈ গৈছে। উস্ত্ৰী একাই-বোই যায়। পৰ্ণীয়। নৈ দেখি সেতৰ নিমিত্তে ইয়াঙ নাও নচলে। এই নৈ এতিয়াই শুকান হৰু আৰু এতিয়াই পানীৰে ভৰি খায়। বৰষুণ দিলেই কান নৈ পেতে ভৰি যায়, তাৰ পিছত বৰষুণ এৰিলেই ঘি কান সেই খানেই থাকে। গিৰিঙি নৈৰ পাৰে। সি পাৰ পাবে মানুহে ইয়ালৈ আহিব লাগিলে নৈ খোজ কাঢ়ি পাৰ হয়। নৈ যেতিয়াই তেতিয়াই ভৰি যায় দেখি খো কাঢ়ি পৰ হোৱা টান। ইয়াৰ মানুহে তিমান সাতুৰিবও নোৱাৰে। গোঙ কু? বুলি এমন মানুহে পাৰ হোৱা মানুহৰ সুবিধা নিশিতে এখন ওলম সাকো (Suspen. sion Bridge) তৈয়াৰ কৰি দিয়ে। সেই সাৱেহি পাৰ হোৱ। শচুল এপকৈ। আমাৰ ধাৰণা আছিল যে, এই ফালৰ আটাইবোৰ মানুহ চাওঁতাল, কিন্তু ই ভুল। ভাৰতৰ আন ঠাইৰ দৰে ইয়াত। ভিন তিন কাঠৰ মানুহ আছে। শুনি। ষোলে আসামতো মিকিৰ লালুং কছাৰিবোৰ তেনেকৈ আন মানুহৰ ওচৰওচৰি গাওবোৰত থাকে। ইয়াত দেওবাৰে হাট বহে। তাই যে কিমান দূৰৈৰপৰা মানুহ জাহে। চাতি নাই, পি নাই, কিমান মাহে হয় তো বৰষুণত তিতি-বুৰি দহ বাৰ মাইল দূৰৰ বাটত আৰু হয়তো তাতকৈও দূৰ চহৰত ৰেচিকিনি নিজ গাঁৱলৈ যায়। ইহঁতৰ আশ্চৰ্য্য সহিবৰ শক্তি। | ইয়াৰ চাকৰ- বাৰক সপ্তাহে সপ্তাহে দয়া দিব লাগে। ইয়াৰ কাৰণ এই যে ইয়াৰ মানুহবোৰ বৰ দুখীয়া, দৰমহা পাবলৈ এৰাহ বাট চাষ নোৱাৰে। | ইয়া আকাশ আৰু কলিকতাৰ আকাশ আমাৰ চকুত বেলেগ লাগে। ইয়াৰ আকাশ নানান বৰণৰ, সুৰ ৰণৰ। চাই চাই আমনি নেলাগে। মেখে কিমান যে বৰ ধৰে। আমি যি ঘৰত আছে। তাৰ পশ্চিম চোতালৰ পৰা এই নানান বৰণীয়া মেঘৰ খেলা সুৰ্য্য অস্ত যাবৰ সময়ত চাবলৈ বৰ তৃপ্তিকৰ ওচৰত উস্ত্ৰী নৈ কলকল ধ্বনি, সিপাৰে সুবিস্তীণ পথা, পথাৰৰ ঠায়ে ঠায়ে শাল গছ পা দুৰৈত পৰ্বতৰ ৰেখা সুন্দৰ ঠাই। | পূৰ সময়ৰপৰা বাৰিষা আৰম্ভ হোৱালৈকে ইহ পা বিচ। যাহে ভৰি থাকে। সবই ভাগ মাহেই বঙ্গদেশ। য়াত বহুতো কালী ভ লোকে ঘৰ সাvিছ। ইয়ালৈ তেওঁলোকে কাষৰপৰা ৰৰেীয়া আজ, যি সময়ত অথবা যেতিয়া সুবিধা পায় আহি বিশ্ৰাম লতি। ইয়াৰ স্বাস্থ্য তাল, অৰ-নয়িাৰ পক্ষে এই ঠাই ভাল বুলি ইয়াৰ নাম আছে। শতিকা দেবী।
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/৩৭৫
অৱয়ব