বহাগ, ১৯৩২] বিতৰ চিঠি। ব্ৰাইটনৰপৰাও সলৈ আহি আপিত কৰি দিনে উভতি যাব পাৰে। কোনো কোনোৱে এনে কৰেও। য ত ট্ৰে হলে এবাকে ব্ৰাইট পৰা লগুন কি লঞ্চনৰপৰা ব্ৰাইট লৈ আহিব পাৰি। ইয়াত ভাল মানুহেও তৃতীয় শ্ৰেণীৰ গাড়ীত উঠে। তৃতীয় শ্ৰেণী ঠাটোৱেই যে বিল। অৱশ্যে বৰ ডাঙৰ মানুহ, বৰ ধনী হলে প্ৰথম শ্ৰেণীত উঠে, আৰু কোপ-খী মানুহও উঠে। সাধাৰণত। কিন্তু তৃতীয় শ্ৰেণীত হে মানুহ উঠে। অৱশ্যে আমাৰ দেশৰ তৃতীয় শ্ৰেষ্ট আৰু ইয়াৰ তৃতীয় শ্ৰেণী অৱস্থা বহুতো বেলেগ। এই কাৰণেই ইয়াৰ তৃতীয় শ্ৰেণীত বিনাকষ্টে শ্ৰমণ কৰা যায়। আৰ এটি কথা, দেশখনেই বা কিমান ডাঙৰ! বেত বিনা পাখি লোৱাৰ তো সিমান দৰকাৰ নাই। আমাৰ দেশত কলিকতাৰপৰা ঘৰে কি কলিকতাৰ পৰা পিণ্ডি কি টুটিকোৰি কিমান দু বাট! পানী শ, বিনা , পেৰাল, হে অমুকাৰাম, ঘোৱাখোৱাটো লবলৈ নাপাহৰিবি, ইত্যাদি। ইয়াত সেই বোৰৰ সিমান আসোঁৱাহ নাই। যলৈকে আপনি যাব, বিছনাপাতি গামোছ। ইত্যাদি পাব। সেইদেখিয়েই ইয়াৰপৰা মানুহ গলে বম্বেত “তোৱাশিয়া কিনা গাৰু কিনাৰ ধুম পৰি যায়। কালি হলে এখন ৰেল গাড়ীত বস (rug) লৈ ফুৰা ভাল। দীঘলীয়া বাট হলে-ষেনে ভাৰক এডিনবৰাৰপৰা। শনলৈৰগ ৰাৰ কেৰেয়াকৈ লবলৈকো পায়। তৃতীয় শ্ৰেণীত ভালকৈ আৰমেৰে এই টোপনিয়াৰ নোৱাৰি; চলি বহিয়েই সেই কাম সম্পন্ন কৰিব লাগে। প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণীতো তথৈবচ বুলিলেই হয়। | সি বাৰু যি হওক, আমি ব্ৰাইটনৰ কথাকে অলপ আৰু কৈ এইবাৰৰ লেখা সামৰে। ব্ৰাইটনক চতুৰ্থ জৰ্জে “ফেশনেবোন্স” কৰে। চতুৰ্থ অঞ্জ যেতিয়া প্ৰিঅব ওয়েলচ, আছিল তেতিয়া তেওঁ সেইখিনি সময়ৰ “ফেশ্যন"জা আছিল। তেও সেই ঠাইত পূৰ্বশেষ ধৰণৰ এটা প্ৰাসাদ নিৰ্মাণ কৰাইছিল। তেতিয়াৰপৰা ব্ৰাইটন “কেশ্যনেপোল”। আজিকালি এই প্ৰসাদ পেনী দি সোমাই চাব পাৰি; আৰু ইয়াত সহিত কোনো কোনো দিন ব্যান্ড বাজে। এই প্ৰাসাদৰ নাম Pavilion. ইয়াৰ Architecture একেবাৰে আমাৰ দেবী। অৰ্থাৎ ভৰ ওপৰৰ ডোমৰোৰ ঠিক মছজিদ ছোৰ dome ৰে। আৰু এ আসা ৰে Oriental এৰণৰ আৰু আন চিনও
পৃষ্ঠা:বাঁহী প্ৰথম আৰু দ্বিতীয় বছৰ.pdf/২৩৩
অৱয়ব