পৃষ্ঠা:বাঁহী- বেণুধৰ ৰাজখোৱা.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

41 451 2007 পাতনি। Sef ★ বৰ্ত্তমান কাল অসমীয়াৰ পক্ষে সঙ্কটৰ যুগ। কৰ্ম্মক্ষেত্ৰত প্ৰাণ-টাকি যত্ন নকৰিলে, অসমীয়া তৰিব নোৱাৰে। মোৰ মনত বিশ্বাস হৈছে, ঐশ্বৰিক সাহায্য নহলে, অসমীয়া জাতি ধ্বংস পাব; নাইবা ঘৃণনীয় জীৱন ধৰিব। হৃদয়ৰ আবেগ এই ক্ষুদ্ৰ “বাঁহীৰে” প্ৰকাশ কৰিলোঁ। উদাব-চৰিত গায়ক সকলে ধৃষ্টতা মবষিব। “বাঁহীৰ” গান-বিলাক “মঙ্গলদৈ-মজলিছ”ৰ বৈঠকত গোৱা হৈছিল। মঙ্গলদৈ, শ্ৰীবেণুধৰ ৰাজখোৱা। ১২ ফেব্ৰুৱাৰি।