এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(10) বৃন্দা যুগ বিপি যুগ আৰু যুগ কৰ্ম্ম। তৰে লোক সবে সদা কৰি কৰ্ম্ম ধৰ্ম্ম। ব্ৰহ্মাণ্ড ঈশ্বৰ সেহি কালে আছিলন্ত। তাহান চৰণে লোকে সদায়ে চিন্তন্ত তাহাব উপৰে আছিলে যুগ চাৰি। আছিলেক সেইকালে কদম্ব মুৰাৰি॥ ৰবি চণ্ড নামে যুগ আৰু যুগ কাল। আহিল পৰশুদ্ধ যুগ কৃত মাল॥ . আহিলন্ত যুগ শুনা আৰু তাত পৰে যুগন্ধৰ নামে সৃষ্টি কৰন্ত ঈশ্বৰে। হৰি কৰ্ত্ত নামে যুগ আৰু যুগন্ধৰ। যুগ নামে আৰু যুগৰ ঈশ্বৰ। ইহাৰ উপৰে যুগ শুনা নৰেশ্বৰ শ্ৰীধৰ নামেসে এই যুগ ঈশ্বৰৰ। কৰে দান পুণ্য প্ৰজা সবে শুদ্ধ মনে। নাই চোৰ ঢোঞ্চলোক ধৰ্ম্মত প্ৰসুণ্য॥ আতে শ্ৰেষ্ঠ কৰি আৰু যুগ যে আছয়। কাল কৃষ্ণ নামেতেহে সৃষ্টিক কয়। আৰু শুনিয়োক যুগ তাত পৰে আছে। এহি বুলি কহিবে লাগিলা কথা পাছে॥ ঋষি যুগ বিতি যুগ যুগ কালন্তক। বিষ্ণো ক্বৰ্ত্তি নামে তাতে দেখে ঈশ্বৰৰু