সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(2) দেখিয়োক ৰামচন্দ্ৰ হৰি বানৰে সহিতে মিত্ৰ কৰি লঙ্কায়ে সহিতে ৰাৱণক বধিলাহা॥ বিস্থা মুত্ৰ কৰি নোধৱয় অশুচি বানৰ দুৰংশয় তাঙ্ক গলে বান্ধি ধৰিলন্ত কৃপাময়। হনুমন্ত আদি বীৰবৰ নাহি নাহি তযু শ্ৰেষ্ঠতৰ পৰম মহন্ত যাত পৰে নাহিকয়॥ গুহ চাণ্ডালক সাৰটিলা তাৰ ভক্তি দেখি তুষ্ট ভৈলা পৰম ঈশ্বৰ দেৱতাৰ আদি দেৱ। ভকতিত বৈশ্য ভগৱন্ত জাতি কুল লৈয়া নবাচক ভৰিলা বানৰ ৰামক কৰিয়া দেৱ। আৰু কথা কহো শুনিয়োক সামাজিক সব যত লোক এক চিত্ত কৰি পৰম আনন্দ মনে। সৃষ্টিৰ আছাত বুলিলন্ত নাৰায়ণ দেৱ ভগৱন্ত দ্বীপ নামে ঈশ্বৰক পাছে চাই চাই। ৰমণ দ্বীপক চলা তুমি নিশ্চয় কৰিয়া কৈলো আমি মোৰ আজ্ঞা 'পালি হেনশুনি দ্বীপ নাৰায়ণ শুনা তাত পাছে যেন ভৈলা ভাৰ্য্যা পুত্ৰৰ সঙ্গ পাইলা পৰম আনন্দে সৃষ্টি সৃষ্টি প্ৰবৰ্ত্তায়া যাই। চলি গৈলা ৰঙ্গে তেডিঙ্কণ কৰিবাক লৈলা। তাৰ তিন পুত্ৰ উপজিলা পৰিল৷ বিপাকে অঙ্কিত বহি থাকিলা॥ গুনা, সাধু সৰ শাৰ কিবা কৈবো কথা। ঈশ্বৰক লগ নপাইলা