এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত কুভাব উদয় প্ৰত্যেকে লাগয় ভিন্ন ভিন্ন গতি কৰে। হৰিএ অৰ্দ্ধাঙ্গিনী পৰা পুত নৰক তৰা ভগবান দিলে উপায়। চৰিত্ৰ গুণেৰে মালিকৰ মনৰে পত্নীক চাৰিতে হয়॥ হৰিএ যথাসাধ্যে মই কৰিলে৷ উপাই তেওঁলোকৰ কাৰণে। মনৰ তথাপি শান্তিৰ কদাপি স্বীকাৰ নহয় অন্তৰে ইবিএ পুত্ৰবধূ দুই আঁতৰ কৰাই দেখিলেও চকু ফুটে। কুভাব হৃদয়ে আবৰি ধৰিয়ে ই সব নিজ চৰিত্ৰে॥ ইবিএ পিণ্ডাধিপতি হৈ দুৰ্গতিৰ অন্তকৈ যাতনা দিলে অপাৰ যমৰ যাতনা ইয়াতে কতন৷ ভোগালে ফল বিধিৰ॥ ইৰিত্ৰ খোৱা লোৱা থাকা সকলোতে পাকা নিৰন্তৰে বন্ধ কৰে। ( 59 )