এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত অলপ বয়সে ভাই মোক এড়ি গৈলি। যা ভাই স্বৰগত থাক গই জ্বলি॥ প্ৰভুৰ চৰণে মোৰ এই নমস্কাৰ। ক পৰজন্মে পাওঁ যেন লাগ একবাৰ॥ সখি হে অত দুঃখ মই কৈবে৷ কাৰ ঠাই। আহিল মাধবী মাহ নাসিল কানাই॥ স্থৰ এৰি ৰিপু মিতা তাহান সেৱক পিতা বাহনক দেখি লাগে মনু। তিনাক্ষৰ মনে কৰি চা শেষাক্ষৰ পৰিহৰি তান বিনে দহে মোৰ তন্ত্ৰ। বায়স অজ ৰব অন্তৰ জ্বৰ জ্বৰ ৰাজ লাগৰে পুৰি নিশাপতি উন কৰি –কি ভৈল৷ মোৰ পাপিনীৰ পৰাণ। আমাৰ তাকে খাই মই তেজিম পৰাণ॥ মন তই কেনে দুঃখ কৰাহ তই হে। মন তই কেনে দুঃখ কৰাহ তই॥ ইৰিএ পিতা মাতা ভাই কাৰো কেৱে নাই বাহিৰা সম্বন্ধ মাত্ৰ। ( 57 )