এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত শোক-গীত। তাই তালাক অত দুঃখে নেয়াই প্ৰাণ মোৰ নিদাৰুণী হিয়া। মৰিলো মৰিলো যাই জলে জাম্প দিয়া॥ চেনেহৰ আই! দশ মাস দশ দিন গৰ্ভত ধৰিলা। বহু দুঃখ সহি মাতৃ জনমক দিলা। পান্তা ভ হেনয় মাতৃৰ পদে কৰো নমস্কাৰ মাতৃ বিনে জগতত সব অন্ধকাৰ। তে তেৰাও সন বহাগ মাহত। থাকিলোহে। পড়ি যোৰহাট নগৰত॥ আহাৰ মাহৰ তিথি শুকুল। সপ্তমী। সিদিনা নিশাত মাতৃ হৈলো স্বৰ্গগামী। মৃত্যুকালে নেদেখিলে৷ জননীৰ মুখ। ই বৰ দাৰুণ দুঃখ ৰহিলেক বুক। তেৰশ চাব্বিশ সনৰ আহিন মাহত। কৃষ্ণা প্ৰতিপদ তিথি মিলে সি বেলাত চেনেহৰ ভাৰ্য্যা মোৰ প্ৰিয়তমা সতী। বৈকুণ্ঠক গৈলা তেওঁ ত্যজি নিজ পতি। (88)