সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত কান্দে দ্ৰৌপদী কৃষ্ণক সুমৰি ভকত বৎসল হৰি। ৰজস্বল। নাৰী ৰাজ সমাজক আমি যাইবো কেন কৰি॥ বিহানে উঠিয়া চিনান কবিয়া যাইবো মই কৌৰৱৰ ঘৰে। দাসী কৰোক বা বিকি ধন লৱে যি ভৈল৷ মোৰ কপালে। দুঃশাসনে উঠি কেশে ধৰি নিলা কৌৰৱে আছয় চাই। পাণ্ডৱে বোলেৰে কিয় মৰি নেযাওঁ আমি চাৰি পাঞ্চ ভাই॥ দ্ৰৌপদীৰ বিলাপে কান্দে পাঞ্চ ভাই কান্দে বৰ মন শোকে। একেটা জীয়াৰী পাঞ্চ ভাই বিহাইলো কাঢ়ি লৈয়া যাই লোকে ( 89 )