সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বড় গীত ধৈৰ্য্য খুটী নামাৰিলে৷, ঘোল চাই নৌকা নাৰাখিলো নৌকা নিলা হুৰুকা বতাহে। নগৰে শুনিছো ৰোল, কাৰ ঘৰে সোমাল চোৰ চুৰি কৰি লৈ গৈলা ভৰ দুপৰতে। 40395 তন্তু প্ৰাণ বিনে হাম৷ পয়োধৰ অচিত গোবিন্দ অৰুণ অধৰ দেহা লয়ন্থৰ পিণ্ডু বাটী উৰল উপৰে বসি কুপিত জননী পৰায়। ক্ষীৰ ৰাখিছে অগে৷ মাই। ওঠ কামুৰি ধৰে দন্ত। বান্দৰে লাস্ফিয়া ধৰে হাত। বান্দৰগণক লৈয়৷ সঙ্গে। প্ৰাণ ছাৰি বল কোপে কালো। এৰ বান্দৰ মাজে কেপল লয়নু ভুঞ্জন্ত হৰি পটাপট হানিয়া মঠনি মোৰ ভাঙ্গিলা কুপিত প্ৰহাৰে ভগবান। তা ( 89 )