এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
বড় গীত হুইয়া সৰে উনমত্ত পশু পক্ষী বৃক্ষ লতা খুজি নাপাই কৃষ্ণ স্বামী কৃষ্ণক কৰিয়া তত্ত্ব সবাকো পুচিল৷। যমুনা তীৰত নামি গোপী সবে কৰে কৃষ্ণ লীলা॥ গোপীকাৰ দেখি ক্লেশ দেখা দিল৷ হৃষীকেশ দেখি গোপী সবে পাৱে প্ৰণামিলা। কৃষ্ণ সমে গোপীগণে দীন মাধৱ দাসে ভাণ ভৈলা আনন্দিত মনে নানান ৰূপে ক্ৰীড়িবাক লৈলা॥ গোপী সকলৰ গুচাইলেক কাম ক্ৰীড়া॥ পূৰ্ণব্ৰহ্ম নাৰায়ণে এ হে নাকান্দা দৈবকী মাও। দৈবকীৰ শোক দেখি প্ৰভু চক্ৰপাণি। প্ৰবোধ বচনে মাতি বুলিলন্ত বাণী॥ PRE নাকান্দা দৈবকী মাও নকৰা সংশয়। দুৰ্জ্জন কংসক মই বধিৰো নিশ্চয় | কংসে মাৰি নিল৷ মোৰ পুত্ৰচয় গুটী। তাসম্বাক সুমবন্তে প্ৰাণ যায় ফুটি৷ ২ (96) p /