এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
নেদেখি কৃষ্ণক কহয়ে মাধৱে বড় গীত আকুল হৈয়া ৰাধা মুচ্ছিত হইল৷ তথা। শুনা মোৰ বান্ধৱে ৰাধা বিৰহৰ কথা॥ ৰাগ সুহাই। নামে পৰম ধন চিন্তহ ভাই। তনু চিন্তামণি বিফলে যাই॥ জুণ্টহু ঐ সোনা জনম গোঞাই। বিষয় কাঞ্চনী মূল মাণিকে বিকাই॥ বিষয়ৰ সুখ সুকৰে সঙ্গে পাই। হৰিপদ সেৱা সুখ মানৱী বিনে নাই॥ ওহি পৰম তত্ত্ব বেদকে৷ বাণী। কহে মূৰুখ মতি মাধৱে গাই॥ নন হায়ৰে হায় ছল্ল ভ নৰতন্ত্ৰ দেহা বিফলে যায়। কীট পতঙ্গ হুয়া সংসাৰে ভ্ৰমিলে৷। দুৰ্ল্লভ মানৱী পায়া হৰি নভজিলো॥ যেন বিষ্ঠা পৰুৱা আপোন সুতে বন্দী। বান্ধিছে কৰ্ম্মৰ ডোলে এড়াইতে নপাও সন্ধি ( ১৯ )