সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(es) জানিলোঁ বান্ধিলে মোক তবু মায়া পাশে। এহি বুলি তুতি কৰে যজ্ঞেশ্বৰ দাসে॥ -সমস্তে বিভন্ন জড় তুমিনে চৈত্য। কৰা প্ৰভু ভকতৰ জন্ম নিবাৰণ। হেন শুনি হৰি তাঙ্ক বুলিলন্ত পাছে। অকতত পৰে মোৰ কোন বস্তু আছে ভগ ধৰ্ম্ম কৰ্ম্ম ত্যাজি ভকতিক ধৰা। একান্ত শৰণ লৈয়া ভক্তি মোত কৰা এহি বুলি কৃষ্ণে তাক দিলা উপদেশ। আপোন থানক পাছে গৈল হৃষিকেশ শুনিয়োক কহো আৰু যুগৰ ব্যৱস্থা। মৰিচি ঈশ্বৰ শাক ঈশ্বৰৰ কথা॥ -এক দিন। তান ঠাইক গৈলা যাৰাই। গুছিলাভ এক কথা ভান মুখ চাই কোন তপ ধৰ্ম্ম তুমি কৰা মহামানি। কহিয়ো আমাৰ আগে যেন চক্ৰপাণি যাৰ বচন শুনি শ্যামশ ঈশ্বৰ। কহিবে লাগিল কথা পৰম সাদৰ॥ পৰম ঈশ্বৰ বিষ্ণু জগতৰ পতি। তান চৰণক আমি চিত্তোহে। সম্প্ৰতি ভান পাৱে কৰো তুতি তপ ত্ৰত কৰি। কহিলে৷ তোমাত ইটো ধৰ্ম্ম ব্যক্ত কৰি