এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
(89) উপজিবো যাই সবে লৈয় নিজ শক্তি। মোকে গুৰু লৈয়া সবে কৰিবাক ভক্তি। এতেকে পুৰুষ আপুনাৰ থানে গৈয়া। থাকিবা আনন্দে সেহি হৰি গুণ গায়া ফেনগুনি গোবিন্দই আনন্দিত ভৈলা। গৰম পুৰুষ আপুনাৰ থানে বৈলা। হৰি সিন্ধু যুগে ভৈলা দয়ালু ঈশ্বৰ। আছিলা তপসৰ দেৰ সমস্তে লোকৰ। ঈশ্বৰ কেশৱ বিষ্ণু জগতৰ পতি। তান আগে এক কথা পুছিলা সম্প্ৰতি॥ অল্প কলপৰ ব্ৰহ্মা পাত যেন হয়। এতেৰে ফোন ব্ৰহ্মা হৈব কহিয়ো নিশ্চয়। োশুনি বিষ্ণু প্ৰভু আনন্দিত ভৈলা। ঈশ্বৰৰ নিলা গুণ কহিবাক লৈলা শুনিয়ো দয়ালু তুমি কৰিয়া উৎসব। হনুমন্ত বীৰ বৰ পবম বৈষ্ণ - মহেশৰ শক্তিশেহে আপুনি মহেশ। ভক্তি বলে ভৈলো আমি কৰা নিজ দাস। তেন্তে ব্ৰহ্মা হৈব আমি ইহান পাছত। কহিলো তোমাৰ আগে ইটো মহা তত্ব॥ এহি বুলি বিষ্ণু ভেবে নিচুকিয়া ৰৈল॥ দয়ালু, ঈশ্বৰ আপুনাৰ থানে গৈলা