এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
( 80 ) কৃষ্ণত শৰণ জন্ম নিৰাৰণ কৰিবোহে৷ আমি যাই। নাহিকয় আন কলিৰ সমান যুগ আৰু নাই নাই। এহি বুলি ৰৈলা ব্ৰহ্মা হৰ গৈল৷ শুনা আত পৰে কথা। নাৰদৰ আগে কৈলা মহা ভাগে মহাদেৱে যেন তথা॥ কলিৰ যুগত যঙ্কে ব্ৰাহ্মণ বিভিচাৰে প্ৰবৰ্ত্তিৰ। মহ। ম্লেছ যত অজাতি আছয় তেহেন্তে পণ্ডিত হৈব। লৈবে দান তাৰে৷ নথাকিব আৰো ধনতেসে মন জাতি কুল হৈব ভ্ৰষ্ট। যতেক ব্ৰাহ্মণ ধৰ্ম্ম কৰ্ম্ম হৈব নষ্ট॥ নাতিবেক মিছা মনে যেন ইচ্ছা কৰিবেক সবে যাই। এৰিব আচাৰ হৈব একাকাৰ ফুৰিবে ভক্ত বোলাই॥ হেন শুনি আছে বুলিলন্ত পাছে নাৰদে বিষাদ কৰি। •