সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(৩৮) তবু পাৱ পাহৰিলে।। সবে বেদগণ অমোচন পাপ জানিলো সম্প্ৰতি ভৈল জ্ঞান ছন ভী কৰিলোহো বাপ ভকতি আমি নকৈলো। সবে বেদগণ আমি। অধোগতি কৰিয়ো নিস্তাৰ সংসাৰৰ পৰি TFT PER কৰা প্ৰাণ প্ৰভু স্বামী॥ এহি বুলি ৰৈল৷ নমস্কাৰ কৈলা STP 1809 শুনা সাধুজন যত বেদগণ আছে। শুকত বান্ধৱ ঈশ্বৰ মাধৱ সম্বোধন কৈল। পাছে। যত বেদগণ কৰি সবে থিৰ মন। EME FES মোৰ আজ্ঞা লৈয়া লোক প্ৰবৰ্ত্তাৰা ভৰা সবে বেদগণ॥ মোৰ নাম গাই, থাকিব ... সদাই গুছিবেক পাপ এহি বুলি বৈলা চিন্তিবাসবে আমাক। নাপাইবেক তোমাসকি পৰম পুৰুষ হৰি। সংসাৰৰ তি উপদেশ, কৈলা