সমললৈ যাওক

পৃষ্ঠা:বড় গীত.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(২৫) একান্ত শৰণ যিটো কৃষ্ণত লোৱয়। কৃষ্ণ বিনে আন সিটো দেৱ নেদেখয়। সনাতন যুগেতেহে ব্ৰহ্মা। আছিলন্ত॥ কৃষ্ণৰ চৰণতেহে সদায় সেৱন্ত এক দিন৷ হৰি পূজা কৰিয়া আছত্ত। ৰাতুল ঈশ্বৰ আসি তাঙ্ক দেখিলন্ত॥ বোলে তুমি কাক পূজা কৈয়ো মহামতি। আমাৰ আগত তুমি কহিয়ো সম্প্ৰতি॥ হেনশুনি ব্ৰহ্মা সবে কথা কহিলন্ত ৰাতুল ঈশ্বৰে শুনি দুনাই বুলিলন্ত॥ বোলে তুমি ঈশ্বৰক কেনমতে পূজা। কৃষ্ণ বিনে আৱৰ নাহিকে আনি দুজা একান্ত শৰণে তুমি হৰিক ভজিয়ো। কৃষ্ণ গাৱে আহি বৃদ্ধ ভকতি কৰিয়ো ইসৱ কথাকে আবে এহিমানে থওঁ। ভোক হৰি নামৰ যে কিছু কথা কওঁ॥ ৰুলিৰ যুগত ভেহেস্তেদে আছিলত। একদিন অনন্তৰ থানক গৈলন্ত॥ জাঙ্ক দেখি অনন্তে বসিবে ঠাই দিলা। কি কাৰ্য্যে আহিছা বুলি তাহান্ত পুছিলা। হেন শুনি নাৰদে কহিলা হাসি হাসি। ভযু দৰ্শন মনে আমি আছে। আসি।