সমললৈ যাওক

পৃষ্ঠা:ফুল-কলি.pdf/২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ফুল-কলি

ৰচোঁতা

শ্ৰীকালী প্ৰসন্ন দাস


কাৰ্য্যহীন কৰ্মবীৰ চাওঁ বোলাবলৈ,
লীলিয়ণী মাথোঁ সাৰ কল্পিত সুখলৈ।
দাসত্বত খাটি কামে পাওঁ গৰিহনা,
সদা সৰ্ব ঠায়ে কৰোঁ যশৰ কামনা।
প্ৰকাশক
শ্ৰীভৈৰবচন্দ্ৰ খাটনিয়াৰ,
যোৰহাট নৰ্মাল স্কুল।
কলিকাতা
২৫নং বায়বাগান ষ্ট্ৰীট ভাৰতমিহিৰ যন্ত্ৰত,
শ্ৰীহৰিচৰণ ৰক্ষিত দ্বাৰা মুদ্ৰিত।
১৩২৭

মূল্য॥ আনা মাথোন।