পৃষ্ঠা:পৰিদৰ্শন.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিদৰ্শন

 পুঃ চাঃ— They therefore deserve severe punishment. আপোনালোকৰ policyৰ ফল এনে হে।

 D. C.— What’s the use of discussing these things now? I wish I were not connected with it. Now let us inform the minister. আমি তেনেহলে ঠিক কৰিলোঁ যে, জেলৰ পৰা ৰাতি ল’ৰাবোক এৰি দিব নোৱাৰি। কিন্তু কালি পুৱা সকলোকে এৰি দি matter টো drop কৰা যাব, we agree?

 তিনিও— Yes.

 D. C.— বাৰু, তেনেহলে মই এতিয়াই phone কৰি Ministerক জনাওঁ। Thank you gentlemen, Good night.

 

(৭)

 [ইয়াৰ পাচদিনা। কলেজ হল আৰু কম্পাউণ্ড। সময় ১১ মান বাজিছে। চাৰিওফালে বহুত ল’ৰা। প্ৰফেছৰসকলৰ কোনোজনে ইফাল-লিফাল কৰি ফুৰিছে। বেছি ভাগেই Common Roomত বহি আছে।

 Prof. Bora— That’s the sample of new discipline. আৰু তিনি মাহ সাত দিন আছে— for my

retirement. এইকে’টা গ’লে ৰক্ষা পৰোঁ।

[৫৪]