এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
প্ৰাণৰ গান । মাধৱী-লতা । ৰস্য আহিল কেতেকী আহিল 12 কপতী প্রস্তুতি বাণী, ক. - শুৰ টানি । নব সাজে সাি কোকিল গাহিল নব পল্লবিত নব কুসুমিত ধৰণীৰ গছ-লতা, ৰমক্ জ ক্ আমনি শুরাই ফুলিছে মাধবী লতা । পূর্ণ বিকসিত ধরল ওঠক বিজুলীৰ হাঁহিবেখা, ৰইযা পথিক চাইযা এবাৰ কেনেনো ধুনীয়া দেখা ।