সমললৈ যাওক

পৃষ্ঠা:প্ৰাণৰ গান.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

PLEASE HANDLE THE BOOK GAREFIRLY. প্ৰাণৰ গান। পাশ অপমান যতমানে দিয়া প্ৰভু নতশিরে তুলি লম তোমাৰেই বুঝি, পাৰামানে দিয়া প্ৰভু গধুৰ দুখৰ বোজা মুখ-ভোগ ইচ্ছা মই নকৰো সমূলি । নিবিচাৰে৷ কাবে৷ প্ৰভু কোমল পৰশ নই দগৰ পৰাণ মোৰ শীতল কৰিব, অন্তৰৰ জীৱা জুই অন্তৰ দহক মোৰ নালাগে কোনেরে ভাত চেচাপানী দিব । নালাগে যাচিৰ প্ৰভু চেনেহৰ চুমা মোক প্রিয়তমা আহি মোৰ দুখনি গালত, DISTRICT LIBRARY (NEM BARUA COLLECTION) TEZPUR