এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পূজনীয় ককাইদেউ শ্ৰীযুত ৰাম চ ভালুকদাৰৰ কিছু আর্থিক সাহায্য পাঠহে এই আশা সাফল্য মণ্ডিত হ'ল। প্রিয় বন্ধু পুথিখনিৰ “প্রুফ কপি” চাইদিয়াৰ বাবে শ্ৰীনত ফণীধৰ বৰ্ম্মালৈ আন্তৰিক ধন্যবাদ জনাইছে"।। ইতি— ব্যাসকুছি সত্ৰ J ৰাইজৰ স্নেহাকাঙ্ক্ষী ১৪ বহাগ, ১৩৪ " দীনবন্ধু”