২ পৃষ্ঠাত মোস এক এখেত এল শালী মাদানী লোক মি এ আছিল। এই পৰ , গতি বাল্য অৱগত উপযু অফিক গৱ মোমায়ে কে এল। ইতি মধ্যে পৈতৃক সম্পতি সকলোখিনি। * কি বল গোয় পুনঃ কি সত্তি জ কৰি শৰ অন্যান্য চৰিফৰে সুখ-খুল শৈল। তেখেৰ সম্পতি আৰু পৰিচালনাৰ বিগত দেখি গভৰ্ণমেন্টে ১৯০৬ চনৰ ল মৌজা কৰাত কেখেতৰ পূৱ পুৰুষৰ শাসিত শাৰ অংশ কেজি সোনা দিয়ে। তেখেতে পালে পালে গৰু, মং বো এ জাতী এসৃতি জীব ও পুহি ৰ আনন্দ পাইছিল। নিঃসহায় লৰা-ছোৱালী পোষণৰ ৰ শেষত সিহঁতৰ বিয়া বা জি বাংলাৰ পাতি দিয়ে তৃপ্তি পাইছিল। আনকি নিজে খবৰ পোৱা যান ঘিৰ বিয়া, পিতৃ-শ্ৰাদ্ধ, সেৱা-সকাম প্ৰভৃতিত সহায় কৰি সকলো কাম সমাধা কৰাইহে ক্ষান্ত হৈছিল বহুত ৰোগীক ঔষধ আৰু পথ্যৰ ব্যৱস্থা কৰাই দি তৃপ্তি পাইছিল। হিন্দু সলো পক উৎসৱ আৰু দানৰ সৈতে পালন কৰিছিল। বিশেষকৈ মাৰ আৰু বহাগ বিহুত জাতি ধৰ্ম নিৰ্বিশেষে মানুহৰ মাজত গাখীৰ-মিঠে, তামোল-পান আদি বস্তু বিতৰণ কৰিছিল। এখেতৰ দানৰ বাবে লোকে কয যিমান দান কৰিছে সেই অনুপাতে সিপুৰীত এখেতৰ বাবে ভৰাল জমা হৈ আছে। প্ৰবাদ আছে যে-কেকান (জালকাৰাৰ পাৰ) গাওঁ নিবাসী ইন্দুৰসেথ নামৰ মুছলমান এজনে তিনদিনৰ কাৰণে যম পুৰিলৈ সাক্ষী কবলৈ যাব লাগিব বুলি হেনো সপোন দেখে আৰু সি মৰিলে তাৰ শটো কোনোব স্পৰ্শ নকৰাকৈ ৰাখিবলৈ আদেশ পায়। ৰাতিপুৱা সাৰ পাই কথাটো আচমক ভাৱে সি প্ৰকাশ কৰিছিল। কেইদিনমান পাচত আচলতে সি মৰিল। তেতিয়া তাৰ আগৰ কথাকে আত্মীয়-স্বজনে বিশ্বাস কৰি শটো কবৰ নিদিয়াকৈ তিন দিন ৰাখিলে। আচৰিত কথা সি তিন দিনৰ পাচত পুনৰ্জীৱিত হল। যমপুৰিত হেনো তাৰ বৰ তোক লগাত খাবলৈ খোজাত যম ৰজাই দৰ মৰ ভৰালৰপৰা খাই পৃথিবীত-তেখেতৰ ঋণ পৰিশোধ কৰিবলৈ কৈছিল। পুজীৱন পাই সি সেইমতে ভাৰ টো লৈ আহি হেনো তেখেতৰ ওচৰত ঋণ-মুক্তিৰ বাবে মা খুজিছিল। তেখেতৰ বংশৰ মৰ্য আৰু কামৰ সুখ্যাতিৰ বাবে গত ইং ১৯১১ চনত দিল্লী দৰবাৰ সময়ত মহামান্য ভাৰতৰ গৰ্ণৰ জেনেৰেল বাহাদুৰৰপৰা এখন চাটিফিকেট পায়। তেখেত অতি বাৰ্ধক্য অৱস্থা প্ৰাপ্ত হোৱাত তেখেতৰ তেতিয়াৰ এক মাত্ৰ লৰা বগীয় এল চন্দ্ৰ ৰায় চৌধুৰীক মৌজা দিয়ে। তাৰ কেইবছৰমান পিন্ধতে মাং ১৩৫৮ ইনৰ শাওন মাহৰ a Wাখিখে ১৫ বছৰ বয়সত ইহ সংসাৰপৰা কিয় লয়। তেখেতৰ পূৰ্বশৰুষৰ স্থাপিত বিগ্ৰহৰেৰ এতিয়াও নিজ ঘৰতে ৰাখি নাতিসকলে সেৱা-গা আমি চলাই আছে।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৮৩৫
অৱয়ব