সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৰ মা ইতিবৃত্ত এই ঋণৰ উপৰি পুৰুষৰপৰা কামৰপৰ ৰিৰে ৰেৱালয়ৰ লগত সম্বন্ধ আছে। উপৰি পুৰুষঙ্গ

    • কম কৰাৰ পাছত লাল কাস্থ কাম বা বংশপ লা শাহ। এই ৰাম

ফলে তিনি বলে দলৈ ৰিছিল বৰ্তমান কংশধক ভিতৰতেই এত দীৰ দই ফলে আৰু চনী বা সম্পাদক কাম কৰে। লংকা শুনা যায় প্ৰাচীন কালৰপৰা দেৱালয় মেবোৰ লৈ এই বংশ যান লোক নামজাৰি কৰি আহিছিল; কিন্তু বৰ্তমানে মানি লীলা কালাচিত ১৩৩ ৰিম ৰোৰ বাহিৰে আন মাটিৰ পাই নাম নাই বলে সম্ভৱ নানা পাতিদালিৰলৈ বৃটিছ গণকে এই নিয়ম কৰিছিল। নিকীয়া ডেকা গুৱাহাগীৰ বকুল থানা এলাকাৰী আছিল পুলি মশীত পোৱা যায়। কিন্তু বিশেষ বিবৰণ জানি উপায় নাই। তিৰুক মানে টাকাৰ বাহৰ ৰাডত মাই ৰখা কথা শুনা। সম্ভৱতঃ এও দ্যোলয়কে খাজনাপাতি আদায় কৰিছিল; এই কাৰণেই নবতীকালত বৃটিছ গবৰ্ণমেন্টে খাজনা নায়ী আংশিকাৰে এবিলা পৰত দিছিল। যুক্ত কণীৰাম দত্ত-এও নৰ্মাল তৃতীয় বাৰ্ষিক পাচ কৰি বৰ্তমান সময়লৈকে যোগ্যতাৰে মজলীয়া স্কুলৰ হেপণ্ডিতৰ কাম কৰি আছে। এওঁ এজন গণিতজ্ঞ লোক; বিশেষকৈ পুৰণা অঙ্ক শাস্ত্ৰ ভালদৰে জানে। এওঁ বহুত যত্ন কৰি পুৰণি কাইথেলী অঞ্চ সংগ্ৰহ আৰু চৰ্চা কৰি এখন কাইথেলী অঙ্ক” পুথি তৈয়াৰ কৰে। এই পুথি গবৰ্ণমেন্টে কিছু লৈ এওঁক উৎসাহিত কৰিছে। এওঁ পুৰণি অঙ্ক নানা কৌশলেৰে অতি সহজতে কচি বহুত আনন্দ দিয়ে; বিশেষকৈ শিক্ষাবিভাগৰ বৰমূৰীয়া কৰ্মচাৰী, কলেজ অধ্যাপকসকল আৰু মাননীয় মন্ত্ৰীমহোদয় সকলে এওঁৰ অঙ্ককচাৰ প্ৰণালী দেখি সন্তোষ লাভ কৰি এওঁক নানা ভাৱে উৎসাহ দিছে। গবৰ্ণমেন্টে এওঁক কিছুদিন পুৰণা অঙ্ক অনুসন্ধান কৰিবলৈ নিযুক্তও কৰিছিল। এওঁ কেইবাখনো পুথি ৰচনা কৰি প্ৰকাশ কৰিছে; তাৰ ভিতৰত এই কেইখন প্ৰধান-কৌতুক, কাইথেলী অঙ্ক, সচিত্ৰ আদৰ্শ পাটীগণিত ১ম, ২য়, ৩য় ভাগ, নতুন পৰিমিতি, নিমাতী কন্যাৰ সাধু, বত্ৰিশপুতলা ইত্যাদি। এওঁ এই “কায় ইতিবৃত সংগ্ৰহ কৰা কাৰ্যতো শাসকচ জামুগুৰি আৰু কোৱাৰ প্ৰমণ কৰি আমাক সহায় কৰিছিল।

- বিবাশিংৰা) বেঙ্কাগিৰী ওৰফে হল জ্ঞা তাঃ-দময়ী দেবী এৰৰধু, আজিৰস, যাপিত, বিৰ তাম্ৰ ওৰফে নোহৰ দেৱ পোয়প) 8