পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৭০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজ ইতিবৃত। ১৭ অমৃতনাৰায়ণ বৰুৱা কন পটেশ্বৰী T কন্যা বিলাশময়ী শৰৎ সুন্দৰী বাঃ যোগেশচন্দ্ৰ বৰুৱা ৰাঃ চিনীৰাম ঘৰিয়ালদাঙ্গা চেঙ্গা (কামৰূপ) বৰপেটা T কন্যা কুলকামিণী মুকুন্দনাৰায়ণ বৰুৱা বি,এ বাঃ কালীনাথ ভাঃ ৰাজকুমাৰী মাখিবাহা নীহাৰবালা দেবী কামৰূপ ৰাজা বাহাদুৰ প্ৰভাত বৰুৱাৰ কন্যা গৌৰীপুৰ T - | কন্যা অনিতাদেবী শ্ৰীমনীন্দ্ৰ নাৰাষণ শ্ৰীমৃণাল কুমাৰ শ্ৰীমনোজ কুমাৰ শ্ৰমিহিৰ কুমাৰ শ্ৰীপ্ৰবীৰ কুমাৰ উপৰি পুৰুষৰ সংক্ষিপ্ত টোকা ৩০৩ পৃষ্ঠাত লিখা হৈছে। ৩য় পুৰুষ অনন্তগিৰীৰ অপৰ নাম গয়পাল, ৪ৰ্থ পুৰুষ ভবগিৰীৰ অপৰ নাম ৰামপাল আৰু বাঙ্গাগিৰীৰ অপৰ নাম বহুগিৰী বুলিও জনা যায়। ৰামকাণৰ উপৰি পুৰুষ বটদ্ৰৱাত আছিল। ৰামকাণু পাটবাউসী থানলৈ উঠি যায়। অমৃতনাৰায়ণ বৰুৱা-এও বিদ্যোৎসাহী আৰু শ্ৰীমন্ত পুৰুষ। এওঁ গোৱালপাৰা জিলাৰ ঘুল্লা পৰগণাক উঠি যায়; তাত এওঁ বিস্তৰ সম্পত্তি লাভ কৰে। যুত মুকুন্দনাৰায়ণ বৰুৱা বি, এ-উচ্চ মনৰ শিক্ষিত পুৰুষ। নিজৰ যি ভূসম্পত্তি আছে তাকে চলাই ঘৰতে থাকে। বৰ্তমানে এওঁ গৌৰীপুৰত বাস কৰে। আসাম কাউন্সিলৰ এওঁ সত্য নিৰ্বাচিত হৈছিল। এতিয়া অনাৰাৰী মেজিষ্ট্ৰেট আৰু গৌৰীপুৰ মিউনিচিপালিটিৰ চেয়াম্যানৰ কাম কৰিছে।