পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সমাজৰ ইতিবৃত্ত। --- --- t কামেশ্বৰ ডেকা কন্যা | কন্যা জোনেশ্বৰী। মহামায়া 1 গণেশ্বৰ ভাঃ উমাপ্ৰিয়া আনন্দি পানাৰা T সিদ্ধেশ্বৰ ভা: কাম্ভীপ্ৰিয়া বাঃ ভোগেশ্বৰ দালাং মদাৰতোলা সোণে সাং 9 1 | কন্যা কথা জয়প্ৰিয়া চম্পাপ্ৰিয়া ৰত্নেশ্বৰী বঃ ধনীৰাম। স্বা: গোপী বৰিণোগ মানাহকুচি T 7 নৰেশ্বৰ ধনেশ্বৰ শ্ৰীখগেশ্বৰ উপেন্দ্ৰ শ্ৰীৰত্নেশ্বৰ শ্ৰমলে দত্তবৰুৱা বি, এ ভাঃ বিহুমজুমদাৰ কন্যা চামত lo . ...... প্ৰমান সূৰ্য পাটোৱাৰী-ক্ষুদ্ৰচেঁচাৰ মহীল বৰুৱাৰ কন্যাক বিবাহ কৰে; এই বিষয় তেওঁ বৰুৱাৰপৰা দুখন খাত আৰু কেইঘৰমান মানুহ পায়। তাৰ কিছুদিন পাচত তেওঁৰ ভাতৃসকলৰ লগত কাঙিয হয়; আৰু তাৰ ফলত তেওঁ পিতৃভূমি ত্যাগ কৰি বৰুৱাজনিত ঘৰ কৰি থাকে। এই সময়ত এওঁ। আহোম ৰাজ প্ৰতিনিধি বৰফুকনৰপৰা পাটোৱাৰী পদ লাভ কৰে। এওঁৰ শহুৰেক অপুত্ৰক আছিল, সেই কাৰণে শহুৰেক স্বগী হোৱাৰ পাচত তেওঁৰ সকলো সম্পত্তি লাভ কৰে। এওঁ নিজেও বহুত সম্পত্তি উপাৰ্জন কৰিছিল। বংশধৰৰপৰা শুনা যায় পাটোৱাৰীৰ সোণৰ তামোল এথোক, ৰূপৰ তামোক এথোক গজ মুকুতা এচমকা, আৰু পাথৰ খটোৱা পুষ্পপাত্ৰ আদি আছিল। বংশধৰৰ হাতত এড়োখৰ গজ মুকুতা আছে বুলি শুনা যায়। পাটোৱাৰী নিজু বিনয় পুৰুষ আছিল; এওঁৰ ব্যৱহাৰত সকলো সন্তুষ্ট আছিল। দালাং, বৰকা, বৰুৱাজানী আদিত পাটোৱাৰীৰ বহুত মাটি আছিল। তেওঁৰ পাচত তেওঁৰ পুতেক শ্ৰপতি পাটোৱাৰী হৈছিল আৰু পিতৃ সম্পত্তিকে লৈ শান্তিৰে বাস কৰিছিল। তেওঁৰ পুত্ৰ কামেশ্বৰ ডেকা এওঁৰ দিনত সূৰ্য্য পাটোৱাৰীৰ আৰ্জিত সম্পত্তিবোৰ ধ্বংস হয়। শ্ৰীযুত খগেশ্বৰ। দত্ত বৰুৱাই হাইস্কুলত হেডমাষ্টৰ কাম কৰে।