কায়স্থ সমাজৰ ইতিবৃত্ত। চণ্ডীবৰ লেঙামাগুৰীক অহি পূৰ্বৰদৰে দেশ শাসন কৰিবলৈ ধৰে। তেওঁৰ কঠিন শাসনত বৰনদীৰ পূবৰ ভূঞা আৰু উত্তৰৰ ভোটবিলাকে দেশ মাৰিব পাৰা নাছিল। কিন্তু তেওঁৰ বীৰ চণ্ডীবৰ। বীৰত্বই লাহে লাহে শত্ৰু হবলৈ ধৰিলে। চণ্ডীবৰৰ লগৰ আন আন ভূঞাসকলে চণ্ডীবৰৰ প্ৰভাৱ সহিব নোৱাৰাত পৰিল আৰু লাহে লাহে তেওঁলোকৰ মনত গ। গুটীয়া ভাবে দেখা দিব ধৰিলে। ১নং মেপৰ সম্বন্ধে কব লগা ঃ-১নং সুতীটো মহাভাৰতৰ সময়ৰ। চম্পাৱতী নগৰ ব্ৰহ্মপুত্ৰৰ পাৰত আছিল; হংসধ্বজ ৰাজাৰ লগত ইতেই পাণ্ডৱৰ ৰণ হৈছিল। বৰ্তমান চাপানলাই চম্পাৱতী নগৰ। এই নগৰৰ ওচৰত প্ৰাচীন হংসধ্বজ ৰাজাৰ ধ্বংস নগৰৰ আংশিক চিন দেখিবলৈ পোৱা যায়। “A" ত কপিলী পৰিছিল, মহাভাৰতৰ সময়ৰ ব্ৰহ্মপুত্ৰত পৰা কপিলীমুখ এযে আছিল। জাগী চাপৰি কপিলী নিৰ্মিত। আৰিকাটীমুখ, কাজলীমুখ, এয়োদশ শতিকাৰ আগতে সামান্য জান আছিল; চতুৰ্দশ শতিকাৰপৰা বহল হবলৈ ধৰে। ২ নং সতী যোদশ শতিকাৰ; “C” ত জঙ্গলবলহৰ গড় আছিল। এনে প্ৰবাদ আছে, যে জঙ্গলবলহুৱে কচাৰিৰ খেদাত ব্ৰহ্মপুত্ৰত ডুব দি পাৰ হৈ যত উঠিছিল তাক জাগী; জাগীৰপৰা আকৌ ডুব মাৰি পাৰ হৈ যি ঠাইত বহিছিল তাক বহা পাহাৰ বোলে। এই বহ। পাহাৰলৈ জাগীৰপৰা ১২১৩ মাইল দূৰ হব। ইয়াৰ শিলত মানুহ বহা চিন আৰু ওচৰত তামোল খাই পিকোৱাৰদৰে ৰঙা শিল আছে। তাকে দেখি মানুহে কয থমটোত জঙ্গলবলহু বহিছিল আৰু ২ টোত পিকাইছিল। ১নং সু তাটো কালিকা পুৰাণৰ সময়তো থকা প্ৰমাণ পোৱা যায়, সেই সময়ত ব্ৰহ্মপুত্ৰ ৩নং সুতীযেদি বৈছন • নং সুতী ৰত্নপীঠৰ স ম আছল। [ (ক) কামপীঠকৰতোৰপৰা সোণকোষলৈ। (খ) ৰত্নপীঠ সোণকোষৰ ৰূপহী নদীলৈ। (২নং সুতী) ব্ৰহ্মপুত্ৰৰ দক্ষিণে মাযাঙৰ পূব কোষলৈ, উত্তৰে বৰনদী (গ) সুবৰ্ণপী—ৰূপহৰপৰা ভৰলী নদ লৈ (ৰূপহী পৰা ঠাই আৰু উত্তৰে বৰনদীৰপৰা পূবে ৰূপহী ওলোৱা মুখ আৰু ভলীনদীলৈ (ঘ) সৌমাৰপীঠ-ভৰলী আৰু ৰূপহী ওলোৱ। ঠাইৰপৰা শদিয়াৰ ওচৰৰ দিকৰাই নদীলৈ।] ৪, ৫, ৬ন সুতী চতুৰ্দশ শতিকাৰ বুলি প্ৰমাণ পোৱা যায়। চণ্ডীবৰ কাজলী মুখেদি সোমাই ব্ৰহ্মপুত্ৰ পাইছিল আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে কুঠাৰ ডুবি আৰু ' ফা শিমলুৰ তলত কিছুকাল আছিল। “n” কপিলীমুখত কুসুম্বৰে আহি কচাৰিৰ লগত জলযুদ্ধ কৰিছিল। এই কপিলীমুখ পুৰাণৰ সমযৰ • পাচত ই পোত যায়। পঞ্চদশ শতিকাত ১নং সুতীমে কলং আৰু ২ন’ সুতীৰ ওপছোৱা সোণাই নাম পায়। ৩৪ আৰু (নং সুতী ক্ৰমে মৰিবলৈ ধৰে। চাবলগীয়া —১নং সুতীৰপৰা গোপেশ্বৰলৈ ঠাই খণ্ডক পুৰাণৰ সমযত “বৰুণৰ দেশ” বোলা যেন অনুমান হয়। কিযনো গোপেশ্বৰ, ৰুদ্ৰেশ্বৰ, বিশ্বনাথ আদি শিৱৰ থান, কামাখ্যাদেৱীৰ পীঠ, ভৰলী বা ভোগৱতী নদী ইয়াৰ কাষতেই। ভোগৱতী পুৰীও ভৈৰবী মন্দিৰৰ ওচৰত আছিল বুলি অনুমান কৰিব পাৰি। ইয়াৰপৰা তুষাৰাবৃত হিমালয নিকট; উত্তৰাংশ ধৰ্মাৰণ্য; দক্ষিণত নাগলোক আছে। খাছি বা ছত পৃথিবীৰ ভিতৰত আটাইতকৈ বৰষুণ বেচি। হিমালয-অঙ্গ নগা আৰু বৰাইল পাহাৰ সমুদ্ৰৰপৰা ওলোৱা; সমযত ব্ৰহ্মপুত্ৰ উপত্যকাৰ এই খণ্ড ঠাই (শিৱসাগৰাক্ষীমপুৰৰ কিছু) বহুত দিনলৈ ওলাতক থকা অনুমান হয়।
পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬১
অৱয়ব