পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৬০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত। t পুবাৰাম মাখি au | কন্যা শুখুনী ৰা নিৰন দিৰোৱা কেশবৰাম ভগবান ভাঃ গুণেশ্বৰী হলিৰামৰ কন্যা মাখিবাহা 1 । কঙ্কা গোপাল প্ৰিয়া চলিয়া স্বা: শান্তিম স্বা: পৃথুৰাম উলুবাৰী চামতা O | কন্যা | কন্যা | কন্যা শুভেৰী লক্ষেশ্বৰী ৰত গুণেশ্বৰী স্বাঃ ৰজনী দত্ত (গুণেৰী) 8 ২। মায়াম পখুৰা হল সাং -মাখিবাহা সোণাৰাম ভাঃ কুহীপ্ৰিয়া চিত্তৰামৰ কন্যা (শুকাইকুচি) মনুৰাম ভাঃ বন্তিপ্ৰিয়া যজ্ঞৰমৰ কন্যা (মাখিবাহা) শ্ৰীতৰণীকান্ত কামেশ্বৰী স্বাঃ ভকতাম ঘিলাঝাৰি ৩৷ মহীৰাম le গোৱালপাৰা হল সাং-দলগোমা বালক O ৰঘুনাথ ভাঃ সুমিত্ৰা খ্যাতি নাৰায়ণৰ ভগ্নী (চামত।) শ্ৰীকালীনাথ (উদাস) মেঘনাথ-নৰনাৰায়ণৰ গোমস্থা আছিল। সনাৰায়ণ-আহোম ৰজা গদাধৰ সিংহৰ দিনত এওঁ গোমস্থা হৈছিল; আৰু “বানুদেৱ” বিগ্ৰহ নিজ ঘৰত স্থাপন কৰি, বিগ্ৰহৰ নামে ১৪০ পূৰা নিৰ ভূমি লাভ কৰিছিল। বৰ্তমানলৈ এই বিগ্ৰহ বংশধৰসকলৰ হাতত আছে। নাৰায়ণ গোমস্থাৰ বংশধৰসকল কামৰূপৰ পখুৰা নামে গাৱত বাস কৰিছিল। ১৮৯৭ চনৰ প্ৰবল ভূমিকম্পত এই গাও জলাতন হয়; কশখৰসকলৰ অৱস্থা ক্ৰমে বেয়। হবলৈ ধৰে। শেষত নিতা সেই গাৱত জীৱিকা নচলা হৈ পৰাত কিছুমান মাথিহাক উঠি আহে আৰু ৰঘুনাথ দলগোমালৈ উঠি যায়।