পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়সৰ ইতিবৃত্ত। } উপান অকালতে না হয়; তেওঁৰ জয়ানন্দ আৰু সোমনাৰায়ণ নামে দুই পুত্ৰ আছিল; ছেলে দুয়োকে বয়ক কম দেখি উপানন্দৰ খুডাকৰ পুতেক গজনাথে চেঙা পৰগণা চৌধাৰী আৰু চা চেঙাৰু চমুৱাৰ ৰয়। ইয়াৰ কিছুদিন পাচত মানৰ আক্ৰমণত দেশত হাহাকাৰ লাগে। কিছুমান মানসেনা ব্ৰহ্মপুত্ৰেৰে গৈ গুৱাহাটীত উৎপাত কৰে। আৰু তাৰ পাচত চাউলখোৱা নৈৰে আৰু ৰামেৰে গৈ ৰহত গাওঁ লুটিপুটি লণ্ডভণ্ড কৰে। মানৰ লগত দেশৰ কিছুমান মানুহে যোগ দি সেই সময়ত ঠায়ে ঠায়ে অত্যাচাৰ কৰিছিল। এইবিলাক মানুহক দুৱণীয়া বুলিছিল। চেঙাৰ ওচৰৰ বহুৰিত সেই নিচিনা দুৱণীয়াৰ এটা দল হৈছিল আৰু সিহঁতে মানৰ লগত যোগ দিচেঙা আক্ৰমণ কৰিছিল। মানে চেঙা আক্ৰমণ কৰিবলৈ অহা দেখি চেঙাৰ চৌধাৰী শ্যামনাথ, জয়ানন্দ আৰু নাৰায়ণে কিছুমান মানুহ লৈ মানক শুভাত বাধা দিয়ে কিন্তু মানৰ হাতত তেওঁলোক সম্পূৰ্ণৰূপে হাৰি চেঙাৰ ওচৰত কোঠ কৰি থাকিলগৈ কিন্তু তাতে মানে আক্ৰমণ কৰাত পুনৰ যুদ্ধ হয়; এই যুদ্ধ বামত আৰু উলখোৱা নৈত হৈছিল , কোঠৰ ওচৰত চাউলখোৱাৰ যি ঠাইত পানীৰণ হৈছিল সেই ঠাইক আজিক- পতিও কোঠকুৰ বোলে। চৌধাৰীসকল ইয়াতো হৰিল-মানে চেঙা গাওঁ লুটিলে-বতৰ ওপৰত অত্যাচাৰ কৰিলে। চেঙাৰ বহুত মানুহে নিজ গাওঁ ত্যাগ কৰি অন্য ঠাইত গৈ আশ্ৰয় ললে; ওয়ান চৌধাৰীয়েও নিজ গাওঁ এৰি বজালিত মমায়েকৰ ঘৰত গৈ আশ্ৰয লবলৈ বাধ্য হল। বুটিচে মানক খেদি দেশত শান্তি স্থাপন কৰিবলৈ ধৰোতেই আকৌ চৌধাৰীসবল দেখা দিয়াত তেওঁলোক নিজ নিজ পৰগণাত স্থাপিত হয়। গনাথ চৌধাৰী পৰলোক হোৱাৰ পাচত ভতিজাক জনই চেঙা পৰণাৰ চৌধাৰী আৰু চমুৱ। (চঙাৰ চমুৱাদাৰ হয়। কিছুকালৰ পাচত মৌজা সৃষ্টি হোৱাত ত্যনন্দই প্ৰথম মৌজাদাৰ হয়। এই বলত মৌজাদাৰসকলৰ কাম আৰু ক্ষমতা আজি-কালিতকৈ বৰ বেচি আছিল। মৌজাদাৰৰ অধীনত পূৰ্বৰ পৰণাৰ চৌধাৰীৰ অধীনত থকাৰদৰে পাটোৱাৰী, তালুকদাৰ, ঠাকুৰীয। আদি বিষয়া আছিল; মৌজাদাৰে এই সকলৰ সহায়েৰে মাটিৰ পিয়ল আৰু বন্দোবস্তীৰ কাম কৰিছিল। ১৮৩৬৩৭ খ্ৰীষ্টাব্দত বিভিনিউ কমিচনাৰ ফ্ৰান্সিচ জেকিন্স আৰু এচিষ্টান্ট স্পেচিয়াল ডিউটিত মি. এ. বগল চাহাবে লাখে মাটিৰ বিচাৰ কৰিছিল; জনদ চৌধাৰীয়ে ফলি মহজৰ দেখুৱাই পূৰ্বৰ শিৱসিংহ আৰু প্ৰমত্তসিংহ ৰজাৰ দত্ত মাটিৰ স্বত্ব সাব্যস্ত কৰে বিন্তু দখলৰ অভাবত ৫৯০ পূৰা মাটি বাদ পৰে। মি: কেম্বেল চাহাবৰ দিনত ১৮৪ ৪৪৫ খ্ৰীঃ অকাত আসামৰ ঘৰুৱা (গোলাম-বান্দী। খালাচ হয়; চেঙাৰ চৌধাৰীৰ ঘৰৰ পৰাও ঘৰুৱাবিলাক খালাচ হোৱাত তেওঁলোকে বহুত অসুবিধাত পৰে। জয়ান চৌধাৰী উজ্জ্বল শ্যামবৰ্ণৰ পুৰুষ আছিল, তেওঁৰ বুক বহল, ককাল সৰু আৰু চকু ডাঙৰ 'ও ৰঙা আছিল। পুৰুষজন বৰ শাক-আৱট আছিল আৰু বাহু-ভৰি লোৰদৰে টান আছিল। তেওঁ it৬ বছৰ বয়সত গুৱাহাটীত হাইজা বেমাৰত স্বৰ্গী হয়। দাহ কৰাত তেওঁৰ বুকৰ কলিজা এটা কলমিল ঈমান দেখিছিল বুলি শোক পৰম্পৰা চলি আহিছে। তেওঁ বৰ সাহিয়াল আছিল। ডেকা কালত এসময়ত তেওঁ নিৰ অৱস্থাৰে এটা খেদি আহা নাহফুটুকী বাঘক ধৰি মূৰৰ ওপৰলৈ তুলি বলি মাৰিছিল।