পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ উখৰাৰপৰা উঠি যোৱা।] ইহুদি পোঃ ৰঙিয়া (কামৰূপ) গোত্ৰ-শান্যি ধৰ্মসম্প্ৰদা-তাগৱতী ৰাতিৰাম বৰুৱা ভাঃ লাহো মিহিৰামৰ কন্যা (ৰইনাকুচি) মহীৰাম বৰুৱা ভাঃ সাবিত্ৰী দেৱী মুকুন্দৰ কন্যা (বাইহাটা) - | কন্যা অৰুণ উপেন্দ্ৰ T কন্যা ভবানী দেৱী স্বাঃ ধৰম কৰৈবাৰী T কন্যা ঘৰশুৱনী স্বাঃ তনুৰাম বৰুণ স্বাঃ দত্তনাৰায়ণ পকোৱা ধীৰেশ্বৰী স্বাঃ ললিত বালিকৰিয়া এই বংশৰ মূল পুৰুষ ফেঙ্গুৱাত আছিল-কিবা কাৰণত এওঁলোক বজালীৰ সাদৰী আৰু কেত্ৰিৰ কাপলাক কোনো কোনোজন উঠি যায়। কাপলাক যোৱা ঠানিটো ১৮৯৭ চনৰ ভূমিকম্পৰ পাচত বজালী গুণেৰিক উঠি আহে। শুনা যায় এই বংশৰ পূৰ্ব্ব পুৰুষে আহোমৰাজাৰপৰা ২৪০ পূৰা নিৰ ভূমি পাইছিল; কিন্তু ইংৰাজ আমোলত ফলিৰ বিচাৰ হোৱাত নিজ বংশৰ ভিতৰত গৃহকদল হোৱাৰ ফলত কোনোবা এজনে সেই তামৰ ফলি নষ্ট কৰে; আৰু তাৰ ফলত এই বংশ পূৰ্ব সম্পত্তিৰপৰা বঞ্চিত হৈ দীন দশা প্ৰাপ্ত হয়।