পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। > ১ প্যাৰিকিশোৰ ৩ কুলানন্দ | কন্যা শৰৎমণি পাঃ ভুবনচ ত বিষ্ণুপুৰ নালনীকিশোক ভাঃ সত্যভামা দেবী আনন্দ চৌধাৰীৰ কন্য। চেঙ্গা (ক। মৰূপ) শ্ৰীকালকিশোৰ ভা: বিনোদিনী লমলম দত্তৰ কন্য। সাদেৰী (কামৰূপ) শ্ৰীজগতকিশোৰ 1 ৰীৰে ব্ৰজ শ্ৰীৰছে কন্য। ননিবালা স্বাঃ ভুবনেশ্বৰ ৰতনপুৰ (কামৰুপ) | কন্যা 1 নিমল। স্বা: গে লোক পকোৱা (কামৰুপ) গ্ৰীৰামখা —ৰামচৰণ ঠাকুৰ বিৰচিত গুৰ চৰিতৰপৰা বুজা যায় এওঁ প্ৰতাপৰাষ ভূঞাৰ ভাষেক এওঁৰ পুত্ৰৰ নাম গাভৰুখ। গাভৰুপ কোচ ৰজাৰ সেনাপতি আছিল আৰু চিলাৰায়ৰ সৈতে আহোম ৰাজ্য আক্ৰমণ কৰিছিল। তেওঁৰ সম্বন্ধে গুৰুচৰিত আEে :- ৰাজাৰ আগত গৈয়া দুই হান্তে। মিলিলা। প্ৰতাপৰ জীৱক ৰজাক বিহা দিলা॥২৩৩৮ দৈবজ্ঞৰ হাতে ৰাজা চাহিল গণাই। গাভৰুৰ্ধাৰ হাতত অহম মাৰা যায়। ৰামখাৰ বেটা বৃত কুশল। অসমৰ ৰজ মানে মাৰিল সকল ২৩৯ ঠাকুৰ চৰিৰপৰা জনা যায়, চতুজ ঠাকৰদেৱ যেতিয়া বিষ্ণুপুৰ গোৱালপাৰা জিলাত) থ। আছিল, সেই সময়ত তেওঁৰ কন্যা ভবপ্ৰিয়াক পদাধৰ গাভৰুগিৰী ব্য গাভৰুখ ত বিষ দিয়ে; সম্ভবত গাভাই শেষ বয়সত ওই কন্য। বিধা কৰিছিল। পাভৰুখৰ বংশধৰসকল কোচবিহাৰৰ ৰংপুৰ জিলাৰ পাঙ্গাত বাস কৰিছিল। হৰিপ্ৰসাদ মধুপু ধামৰ অধিকাৰ হৈছিল। এই বংশক কোচঙে বহুত ভূসম্পত্তি দান কৰিছিল। কিছুমান ভুমি গোৱা পাৰাৰ হাকামাত আছিল; পাঙ্গাৰপৰা এইবোৰ সম্পত্তি চলাবলৈ অসুবিধা বোধ কৰি ৰামকিশোৰ অধি কাৰী ঘুল্লা পৰণাৰ ঝাপসাবাৰীক উঠি আহে। এই সময়ত সমুদ্ৰ ভূষণৰ ভূসম্পত্তি লৈ বিজনী আৰু গৌৰ পুৰ জমিদাৰৰ ভিতৰত বহুত দিন মোকৰ্দমা চলে। মোকমা নিস্পত্তি হোৱাৰ পাছত ৰামকিশোৰ অধিকাৰী হাকামাত যাই বাস কৰে। ৰামকিশোৰ অধিকাৰী কিবা কাৰণত শক্তি মন্ত্ৰ দীক্ষিত হয়। সেই অবধি এই বংশ শক্ত। মধুৰামৰ পুত্ৰ গৰ্গনাথ অধিকাৰী-কোচবিহাৰৰ বোদাচাকলা জমিদাৰৰ দেওয়ান আছিল।