পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। নং ২৪০ কলিৰ নকল স্বস্তি শ্ৰীশ্ৰহৰগৌৰী পদাৰ্জন ঋপুগণ সহাযন শুদ্ধৰ্থ প্ৰৱৰ্তক ৰাজাধিৰাজ শ্ৰীশ্ৰীস্বৰ্গনাৰায়ণ দেৱ লক্ষ্মীসিংহ নৃপত পেদাম্বুজ মধ্যকৰ পৰধিৰ গম্ভীৰ বিবুধ গুনান্বিত দিহিংগতি ৰোপিয়া চিড়েক বৰবৰুৱা ম্যাত্মজ যুত বৃহৎ ফুকন সদ্যকেল দত্ত নানকাৰ প্ৰমান পত্ৰিকে। কামৰূপ দেশৰ বৰুৱা ও বৰকায়স্থ ও চৌধুৰী ও পট্টোৱাৰী ও তালুকদাৰ ও ঠাকুৰীয়া আন সকলে সাবধানে জানিব নাম বৰভাগ পৰগনাৰ পানীগাওঁ তালুকৰ সন্ধেলী গ্ৰামৰ অৰাজমি মাটি ১৫ পুৰ। বাতলি চলিতদনে ৫ পুৰা, বৰি মাটি ৫ পুৰ। মুঠতে ২৫ পুৰা মাটি পূন্যাৰ্থে জনাৰায়ণ কাকতীৰ ধৰ্মৰ তলে নানকাৰ কৰি দিয়া গ'ল। নাম ঘৰ বান্ধি তেল, বন্তি জ্বলাই শ্ৰৱন কীৰ্তন কৰি স্বগন চিন্তি পুত্ৰ পৌত্ৰাদি ক্ৰমে ভোগ কৰি থাকিব। এই মাটিৰ কৰ কাটল, ব্যথ-ব্যগৰ, পদ-পঞ্চক, চোৰ চিনলা ধুমুচি মাৰেচা হাট-ঘাট দান খুট সৰ্ববাদ পৰিত্যাগ হ’ল। ইতি শক ১৬৯৫ তাৰিখ ২২ আশ্বিন। মোঃ খো: দুৰ্গাদাস মহাপেচ। মজুমদাৰ শাখা। পানীগাওঁ। ২ ২| হৰনাৰায়ণ মজুমদাৰ |? গৌৰীনাৰায়ণ 18 প্ৰসন্ননাৰায়ণ গোপালনাৰায়ণ শ্ৰনাৰায়ণ শিৱনাৰায়ণ 1 বামনাৰায়ণ