পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায়স্থ সমাজৰ ইতিবৃত্ত। ০৯১ এই সময়ত কামৰূপ ১২ টা চুবাত বিভক্ত হয়; ৰঘুপতি তাৰ এক চুবাৰ অধিপতি (চুবাদাৰ) হয়। এ ১৩০০ পাইক আছিল। প্ৰিয়ন্তন সৰস্বতী, শ্ৰীপতি সৰস্বতীৰ লগে লগে ফুৰিছিল। প্ৰিয়ন্তন সৰস্বতী ২০৫ ৮৭ ভট্টদেৱে যেতিয়া দামোদৰ গুৰুৰ ওচৰত শৰণ হৈ আচাৰ্য পদ লাভ কৰে তেতিয়া শ্ৰপতিৰ

  • ধৰ ৰঘুপতিয়েও ভট্টদেৱৰ ওচৰত ভাগৱতী ধৰ্ম গ্ৰহণ কৰে।

ৰঘুপতিৰায়ৰ দুইজনী ভাৰ্যাৰ ভিতৰত এজনী ‘সুৱা আৰু আন এজনী ‘দুৱা” আছিল। বলয়ে এই দুই ভাৰ্যাৰ নামে লোহাগুৰিত দুটা পুখুৰী খন্দায়; পুখুৰী দুটা “সুৱা” আৰু “দুৱা” নামে 'নেও আছে। ৮। যদুপতি, ৯ ঘনশ্যাম—দুপতিৰ দিনত কামৰূপ আহোমৰ হাতক যোৱাত পৈতৃক বিষয়ৰপৰা

  • বঞ্চিত হয়; কিন্তু তেওঁৰ পুত্ৰ ঘনখামে “বাৰ দোলাৰ পথাৰৰ মেলত” আহোম বশ্যতা স্বীকাৰ

৫৭ • আহোমৰাজে তেওঁক লোহাগুৰি গাৱত ২০০ পূৰা নিৰ মাটি আৰু পাইক দিয়ে। ১১। জয়ৰাম বৰকাকতী-এওঁ আহোমৰাজৰ তলে মজুমদাৰ (বৰকাকতী) কাম কৰিছিল আৰু পৃৰৰ ৰাজদত্ত নিস্কৰ ভূমি আৰু পাইক ভোগ কৰিছিল। এওঁ ৰাজকাৰ্য্য উপলক্ষে প্ৰতি বছৰে আহোম ২ • গডগাবক যাব লাগিছিল। ১৩| জগৎৰাম—এওঁৰ দিনত লোহাগুডিৰ বেচি অংশ ব্ৰহ্মপুত্ৰই খাই নিয়ে, কেবল বস্তি মাত্ৰ থাকে; ইব আজি-কালি বৰবাৰী বোলে। জগত্ৰাম এই সময়ত বৰঘোপ গাৱক উঠি আহে। এই সময়ত 'মৰাজে এওঁক ৭৫ পূৰা নিৰ ভূমি আৰু ৮০ ঘৰ পাইক দিয়ে। কিন্তু কিছুদিনৰ পাচত সেই ১। অসুচল বোধ হোৱাত ব্যাসকুচিৰ ওচৰৰ বৰমাৰা নামে গাৱত বাস কৰিবলৈ ধৰে। কিন্তু ইয়াত দুদিন থকাৰ পাচতেই কলেত বহুত মানুহ লগতে জগত্ৰাম স্বগী হোৱাত নাবালক জানকীৰাম সেই ঠাই • ** কৰি শ্ৰচন্দ্ৰ ভূঞাৰ বংশধৰসকলৰ লগত বৰশলা গাৱত আহি বাস কৰে; আৰু লগে লগে প bন গৌৰৱ বিস্মৃতিৰ গৰ্ভত লীন হবলৈ ধৰে। জানকীৰামৰ পুত্ৰ মধুসূদন বিয়াহকুচি তালুকৰ, ধনীৰাম লখোপুৰ তালুকৰ তালুকদাৰ হয়। কিন্তু অৱস্থাৰ ৰবৰ্ত্তনৰ লগে লগে অস্থাবৰ সম্পত্তিত হানি হৈ আহে আৰু বৃটিচ আমোলত প্ৰাচীন কাক। পত্ৰ ব) ৭ হোৱাত কোনো বংশধৰ বিচাৰকৰ ওচৰত উপস্থিত নোহোৱাত স্থাবৰ সম্পত্তি আদিৰপৰাও ১৪। (১) বংশীধৰ-এওঁ দাদাকৰ লগত কাজিয়া কৰি বৰফুকনৰ তলত শিকদাৰ হৈছিল। এৱেই নে তৃতীয়বাৰ আসাম আক্ৰমণ কৰোতে আহোমৰ ফালে ৰণ কৰিছিল। যুত গণপতি ভূঞা-এওঁ এজনা সান্ত শিষ্ট উদাৰ ভাবৰ পুৰুষ। এ গবৰ্নমেন্ট হাইস্কুলত ক্ষকতা কৰি পেনচন লাভ কৰিছে। ভূঞা ডাঙৰীয়া ব্যাকৰণ শাস্ত্ৰত বিশেষ অভিজ্ঞ। এওঁৰ ৰচিত ব্যাকৰণ পপি এখন হাইস্কুলৰ ওপৰ শ্ৰেণীত চলে। শ্ৰীযুত হৰেন্দ্ৰ নাথ ভূঞা বি, এ-এওঁ এজন চৰিত্ৰবান আৰু বিনয়ী লোক; বি, এ, পাচ কৰাৰ অলপদিন পাছতেই একাইজ বিভাগৰ চাকৰি পাবলৈ পৰীক্ষা দি কৃতকাৰ্য্য হয়; বৰ্তমানে এওঁ একচাই ইনস্পেক্টৰৰ কাম কৰে।

  • জেগিং, ভূঞাৰ সুৰ দুৱা পুখুৰীৰ লগত নিলে।

en লিখ।