সমললৈ যাওক

পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৫০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8bo কায়স্থ সমাজৰ ইতিবৃত।

১৩৷ চন্দ্ৰমল- এওঁ অতি দুখীয়া অৱস্থাত ডাঙৰ হয়। অলপ লিখা-পঢ়া শিকি প্ৰথমে বাগিছাত মহৰি কাম কৰে। পাচত চপাইৰ মৌজাদাৰ (নাবালক) শ্ৰীযুত আনন্দিৰাম চৌধাৰী মহাশয়ক লগত লৈ চিলঙলৈ গৈ উক্ত চৌধাৰীৰ পিতৃৰ মৌ। পুতেকক দিয়াবলৈ যত্ন কৰে। শ্ৰযুত অনিন্দিৰাম চৌধাৰীৰ নামে মৌজা বন্দোবস্ত হোৱাত কিছুমান দিন চৌধাৰীৰ সলনি এওঁ মৌজা চলায়; চৌধাৰী চাবালক হোৱাত তাৰপৰা আহি নিয়ে মৌজা লয়। এওঁ ওখ ডাঙৰ, উচ্চমন, বলী, উৎসাহী, সাহী আৰু দানী পুৰুষ আছিল। অলপ দিনৰ ভিতৰতে এওঁৰ অৱস্থা অতি সচ্চল কৰি তোলে আৰু পানাৰ অভাৱত ৰায়তৰ খেতিৰ অসুবিধা হোৱা দেখি ননৈৰপৰা জান কাটি দীঘলে ৯ মাইল পুতলে ৮/৯ মাইল ঠাইত পানী যোগায়। এওঁক সেই অঞ্চলৰ হিন্দু-মুছলমান সকলোবে ভক্তি কৰিছিল। বৰ্তমানে তেওঁৰ পুত্ৰ শ্ৰীযুত হলিৰামদত্ত মৌজাদাৰ হৈছে। ভুঞা বংশ। > ৰতনপুন গোত্ৰকোক ধৰ্মসম্প্ৰদাভাগৱত। পোঃ পাঠশালা জগদানন্দ ভূঞা | ২ নাৰাষণ। ... নাৰায়ণ ভূঞাৰ বংশৰ A মাধৱ B মুকুন্দ C ভোলানাথ ভাঃ সোণেশ্বৰী ভা: চৈতন্য চেঙা 18 (ক) নাথ আঃ লয়নী বৰঠি। (খ) গুণনিধি ভাঃ মাইপ্ৰিয়া কাপাল ভগ্নী (বামুনাস) প্ৰাণনাথ ভাঃ শয়ন

  • গোৱালপাৰা জিলাৰ গ্ৰাম (শালকোচা) নিবাসী যুত নীলমাধৱ বৰুৱা এম, এ, বি, এল মাশৰ বংশৰ সৈতে

এক বংশৰ বুলি উঃ বংশধৰসকলে কয়।