পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাৱ সমাজৰ ইতিবৃত্ত। এই বিখ্যাত বংশটোৰ ইতিবৃত্ত সংগ্ৰহ কৰিব পৰা নহল। ৮ম পুৰুব সাধিৰাম কাকতী ভাঙৰীয়া-এজন বিখ্যাত গণিত শাস্ত্ৰবিদ পণ্ডিত আছিল। এওঁ গবৰ্নমেন্ট স্কুল শিক্ষকতা কৰিছিল আৰু “ৰল পাটীগণিত,” “মানসা’ আদি নামৰ কেইবাখনো গণিত পুথি ৰচনা কৰে। সৰল পাটীগণিত চাৰি খণ্ড বৰ্তমান সময়লৈকে প্ৰাইমাৰ, ছাত্ৰবৃত্তি, হাইস্কুল আদিত চলি আছে। এওঁৰ ভায়েক মাণিক কাকতী ডাঙৰীয়াই বি, এ, লৈকে পঢ়িছিল। চিলঙৰ চেক্ৰেটৰিয়েটত কিছু দিন চাকৰি কৰি অলপ বয়সতে স্বৰ্গী হয়। এই বংশৰ লগত কামৰূপৰ বিখ্যাত বিখ্যাত কায়স্থ বংশৰ বৈবাহিক সম্বন্ধ আছিল; তাৰ পৰাই এই বংশটোৰ প্ৰভাৱ অনুমান কৰিব পাৰি। কিন্তু বৰ দুখৰ বিষয় বিখ্যাত ১৮৯৭ চনৰ ভূমিকম্প লগে লগে অৱস্থা শোচনীয় হোৱাত বংশধৰকল নন। ঠাইত দৈন্য ভাৱে জীৱন নিৰ্বাহ কৰিব লগাত পৰিছে। কৃষ্ণৰাম-শিমলীয়াত অ'ছে। শীত ১৬৮ পূৰা আৰু দাহুদিত ১০ পূৰা নানকাৰ আছিল। দাহুৰ মাটি বৰ্তমানে আছে। শিলেকুচি (মঙ্গলদৈ) বৰ্তমানে দীগিৰপাৰ। পোৰ পাথৰি ঘাট গোত্ৰ-অগমন ধৰ্ম সম্প্ৰদাভাৱতী মদাতোলা মধুসূদন বা বামপাটগিৰি পোঃ বাইহাট। 1 ১৷ হলাহল বৰা ২া দয়াম খাৰশিঠা, মৌজা পকোৱা সতাম না মণিৰাম কায় বা ভাঃ চাম্পাদেবী একান্ত দত্তৰ ভগ্নী পকোৱা