পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

80W কায় সমাজ ইতিবৃত্ত ৯৷ জীৱনাথ মেথি যনাথ লক্ষ্মীনাথ ভাঃ পদ্মৱতী ভাঃ (১) সোণাপ্ৰিয় ৰামদত্ত কাকতীৰ কন্যা (ভুনকুচি) পৰ্বানন্দৰ কন্যা (তাপা বণি। T১১ ভাঃ (২) ৰুদৱতী কমলনাৰায়ণৰ কন্যা গোপাল। গহীনাথ কেন্দুকুচি ভা: ঘুমুচা অনন্ত বৰুৱাৰ কন্যা (ক্ষুদ্ৰচেচা) | ১২ কন্যা | কন্যা ī সাবিত্ৰী। বাল। ব্ৰজবালা শচীবাল। পৰী শ্ৰহেমনাথ শ্ৰীজগন্নাথ ঐশ্যাম শ্ৰীৰণা স্বা: সুৰেন্দ্ৰ স্বাঃ পশুপতি স্বাঃ বন্ধুৰাম স্বা: গোপাল স্বাঃ হলিৰাম পকোৱা পকো। পকোৱা পানাৰ চামতা | কন্যা . ১০। লক্ষ্মীনাথ ভা: (১) ভ: (২) | কন্যা | কন্যা দেৱপ্ৰিয়া স্বা: গগন শিমলীয়া শ্ৰীৰাজন’থ মেধি। ভা: হংসতী বিশ্বনাথ মেধি ৰামেশ্বৰী ৰামনাৰায়ণৰ কন্যা ভাঃ (১) পদ্মাৱত স্বাঃ ৰঘুনাথ পকোৱা হৰেন্দ্ৰনাৰায়ণৰ কন্যা বালিকৰিয়া খাতাবাৰী ভাঃ (২) হৰেশ্বৰী শ্ৰীৰঘুনাথ চন্দ্ৰ ধনীৰামৰ কন্য। (পকোৱা) ভা: চন্দ্ৰবাল ভা: তৰুবালা হৰিশ্চন্দ্ৰৰ কন্যা গোবিন্দৰ কন্যা মহকুচি পকোৱা অমৃত শ্ৰীদেবেন্দ্ৰ গোলোক ঐআদ্য | কন্য। ৰুক্মিণী যামিনী এই বংশৰ বংশধৰসকলে নাৰায়ণ গমঠাৰ বংশধৰ বুলি পৰিচয় দিয়ে। এওঁলোকৰ ঠানিৰ উপৰি পুৰুষ চণ্ডীচৰণ। চণ্ডীচৰণ সম্ভবতঃ ভোগীথ ভূঞাৰ পুত্ৰ। ভোগীৰথৰ যি ছয় পুত্ৰ উজনীৰ ফালে আৰু যি ছয় পুত্ৰ ভাটিৰ ফালে গৈছিল, তাৰে কোনোজন চণ্ডীচৰণ বুলি অনুমান কৰিব পাৰি। ৭ম পুৰুষ ভোলানাথ দেৱে বৰপেটাৰ সত্ৰিৰপৰা ধৰ্মাচাৰ্য পদ গ্ৰহণ কৰিছিল; সত্ৰিষা কোন আছিল তাক ঠিক কৰিব পৰা নহল। আহোম ৰাজত নিৰ ভূমি আছিল; কিন্তু বৰ্তমানে প্ৰাচীন দান পত্ৰাদি একো পোৱা নাযায়। এই সমষত