পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কায় সমাজ ইতিবৃত্ত। দুই নিকাতে পকা ২৫ পুৰা কৰী যৰি পুৰ, কত ফকিৰ » পোৱা ও কুটনিফুছি গ্ৰামৰ উ। মাটি জমি ৫ পুৰা বাৰী বৰি ২ পুৰ। ও লচিমা গ্ৰামৰ উবাৰ মাটি ৪ পুৰা গুনি কাতে ৩ * বাৰী বৰি ১ পুৰা এই তিনি গ্ৰামৰ মুঠত মাটি ৩৩ পুৰা বাৰী বৰি ১২ পুৰা এই উজাৰ মাটি : গুহ জেও ধন পত্ৰ কৰি দিছিল। তদনুৰূপে আমিও দেবৰ পুণ্যাৰ্থ হৰিদেবৰ পৃষ্ঠৰ শুক। গ্ৰামৰ দৰাম মেধিক ধৰ্মোন্তৰ কৰি দিয়া গ'ল। তেল শকি লগাই শ্ৰবণ কীৰ্তন কৰ দেবক আশীৰ্বাদ কৰি পুত্ৰ পুত্ৰাদি ক্ৰমে ভোগ কৰি। এই মাটি মানুহৰ কৰ কটন পদ পঞ্চক বেথ বেগাৰ চোৰ চিনলা ধুনুচি জলকৰ জবৰ চক দান খুট সবাব পৰিত্যাগ কৰি দিয়া গ'ল। চন ১৭১৯ তাং ২৫ কাৰ্তিক। শ্ৰীধৰ ভূঞাৰ অন্যান্য ঠানিৰ কথা- তলত •াম দিয়া ঠানিবোৰেও শ্ৰীধৰ ভূঞাৰ বংশধৰ বুলি কষ; কিন্তু শ্ৰীধৰ ভূঞাৰ যি ১৭৭ বিখ্যাত কাইকুচীয়া গোমঠাৰ বংশ বাঢ়িছে, সেই বংশধৰসকলে এখেতসকলক ভাগ বুলি শীৰাৰ বৰ সেই কাৰণে পৃথক ভাৱে দিয়া হল- (১) সুপাৰি কুটিৰ (গাৱালপাৰা) মনুয়ৰ বংশ। (২) পানাৰাৰ প্ৰাণেশৰ কাকতীৰ বংশ। (৩) বৰহাটাৰ জীযুত চন্দ্ৰকান্ত দত্তৰ বংশ। ST পানাৰাৰ কৌশিক গোত্ৰীয় শ্ৰীযুত ধনীৰাম দত্ত মহাশয়ে লিখিছে –“কিছুকাল আগলৈকে বা আৰু কৰবাৰীৰ কায়স্থসকলৰ আমাৰ বংশৰ ভাগী বুলি কৈছিল • শুক ইকু চিৰপৰা পৰিগোগৰ বংশটোৰ গোত্ৰ ধৰ্ম সম্প্ৰদা আৰু গুৰুঘৰ একে। কুলগুৰু কৈহাটিৰ শ্ৰীযুত হৰিদেৱ গস দেৱে এক বংশৰ বুলি কয়।” পানাৰাৰ ঠানিটো বল্যা নদীৰ পশ্চিম পাৰৰপৰা পানাৰাক উঠি যোৱা বুলি কয়। অযুত বীৰায় শিক্ষিত আৰু উচ্চমনৰ লোক। বৰ্তমানে গবৰ্নমেন্ট স্কুল শিক্ষক ক: