পৃষ্ঠা:প্ৰাচীন কামৰূপীয় কায়স্থ-সমাজৰ ইতিবৃত্ত.djvu/৪৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ফায় সমাজৰ ইতিবৃত। শুকাইকুচীয়া গোমঠা ঘৰৰ কথা- ১। ধৰঞা-এওঁক • ৰাই কামৰূপৰ বা ভাগত ভূঞা পাতিছিল বুলি বশৰ সালে কয়। কাইক চতৰ ১ এছি"। ২। গদাধৰ-এ কে' ৰজাৰ গেম। হৈছ। ১। (১০) দয়াৰাম মেধি - এওঁ সৎসঙ্গ। মঠ স্থ• কৰিছিল আৰু আহোম ৰজাৰৰ নিস্কৰ ভূমি লাভ কৰিছিল। ২। উগ্ৰসেন—অ'হোম ৰঙৰ ৩লে ৭৭ শুকাইকুচিত “ গোমঠা" হৈছিল। এই সম • এই বংশৰ ঐযে ব৮ে। আহোম ৰজাৰপ। এওঁ বহুত নিস্কৰ ভূমি লাভ কৰিছিল। ১০। (৫) সুসেন-এওঁ পাটোৱাৰী হৈছিল। আহোম ৰজা কমলেশ্বৰ সিংহৰপৰা নিৰ ভুলি কৰিছিল। ১১ (২) যজ্ঞসেন চৌধাৰী-এ ইংৰাজ আমোলত উত্তৰ বাস্কাৰ চৌধাৰী হৈছিল। ১১ (গ) জিতৰাম-ধৰ্মৰ পাটোবাৰী কাম কৰিছিল। ১২। (৩) বিজয়সেন-আমিন হৈছিল। ২। (১২) লক্ষীনাথ-গুৱাহাটীত মোক্তাৰী কৰিছিল। ১৩ (১) বৃত্তিসেন—এওঁ কাননগোহ কাম কৰিছিল। ১২। (২) মায়াম—দমপুৰ ও পাটোৱাৰী কাম কৰিছিল। ১২। (২) বাবসেনগুৱাহাটা৩ ওকালতী কৰিছিল। ১২। (৩) সিন্ধিৰাম-ধৰ্মপুৰত তালুকদাৰ কাম কৰিছিল। ১২। (২) অমৃতসেন- ধমপুৰত পাটোৱাৰা কাম কৰিছিল। ১৪ (১) দধিসেন—গৌৰীপুৰ ৰাজষ্টেট ৩ কাম কৰিছিল। ১৭ (২) ধনীম-গুৱাহাটীত মুক্তিয়াৰী কৰিছিল। ১২ (১) খ্যাতিসেন-আমিন কাম কৰিছিল। ১৩ যুত ললিচন্দ্ৰ চৌধাৰী-মণ্ডলী কাম কৰি পেঞ্চন পাইছে। ১৪৷ ৰসেন চৌধাৰী—চাৰ্ডেয়াৰ কাম কৰিছে। শুকাইকুচীয়া ঘৰৰ উপাৰু বিগ্ৰহবাসুদেৱ মূৰ্তি। শিৱ, লক্ষ্মীনাৰায়ণ আদি বিগ্ৰহে ঘৰত ৰাখিছিল। থিম পূজাৰী ৩ ঘৰ ব্ৰাহ্মণ অছিল; আৰু তেওঁলোকক আহোমৰালৈ দিয়া বুলি কয় ইয়াৰ উপৰি গোসাই পূজাৰ অৰ্থে কেই ঘৰমান ভকত আৰু ভূমি ৰজাই দিছিল। এই ভূমি বৰ্তমান বংশধৰসকলে বৰ্তমানে ভাগ কৰি আছে। বীৰসেন উকীলৰ মৃত কৰ্ম উপলক্ষে তেওঁৰ বংশনে ‘দান সাগৰ কৰি বহুত অৰ্থ-বিভূতি দশ কৰিছিল বুলি বংশাৱলীৰপৰা না যায়। 5